শিশুৰ বাবে ফাইজাৰৰ ভেক্‌চিনৰ অনুমতি (Pfizer’s vaccine for children approved)

0
1307
আমেৰিকাৰ স্বাস্থ্য বিভাগে ৫-ৰ পৰা ১১ বছৰীয়া শিশুৰ বাবে ফাইজাৰে প্ৰস্তুত কৰা ক’ভিড-১৯ৰ ভেক্‌চিনলৈ চূড়ান্ত অনুমতি দিয়ে৷ দেশখনৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (FDA) ইতিমধ্যেই এই ভেক্‌চিনৰ অনুমতি দিছিল৷ কিন্তু ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই চূড়ান্ত অনুমতি দিয়ে৷ ইয়াৰ ফলত দেশখনৰ ২ কোটি ৮০ লাখ উক্ত বয়সৰ শিশুৱে প্ৰথমবাৰৰ বাবে ক’ভিডৰ বিৰুদ্ধে ভেক্‌চিন লোৱাৰ সুবিধা লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here