শিশুৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিমান ভেক্‌চিন কিনিব ? How much vaccine will the Central Government procure for children?

0
470
Zydus Cadila-ই ভাৰত চৰকাৰৰ পৰা প্ৰতি পালিত ২৬৫ টকাকৈ বিশ্বৰ প্ৰথম প্লাজমিড DNA ভেক্‌চিন জায়কভ-ডিৰ আৰু GST নোহোৱাকৈ প্ৰতি পালিত ৯৩ টকাকৈ নীডল ফ্ৰী এপ্লিকেটৰৰ ১ কোটি পালি যোগান ধৰাৰ নিৰ্দেশ লাভ কৰিছে৷ জায়ডাছ কেডিলাৰ কভিড ভেক্‌চিনৰ সম্পূৰ্ণ পালিৰ দাম হ’ব ১,১২৮ টকা৷ ই হৈছে কভেক্সিন আৰু কভিশ্বিল্ডৰ দামৰ দুগুণ৷ ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ পাছত এই দাম নিৰ্ধাৰণ কৰা হৈছে৷ উল্লেখ্য যে জায়কভ-ডি ভেক্‌চিন হৈছে ১২-১৮ বছৰীয়া শিশু-কিশোৰৰ বাবে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here