বসন্তৰ আকাশত দৃশ্যমানহ’ল এক বিৰলতম দৃশ্য

0
950


বসন্তৰ আকাশত এক বিৰলতম দৃশ্য দেখিবলৈ পোৱা গৈছে৷ এক মহাজাগতিক পৰিকাঠামো বুধ আৰু শুক্ৰ গ্ৰহ তথা উপগ্ৰহ ছাদত ঘটিছে৷ মহাকাশত এটা ত্ৰিভুজৰ আকৃতি প্ৰস্তুত কৰিব, যি একধৰণৰ বিৰলতম দৃশ্য হিচাপে পৰিগণিত হৈছে৷ পৃথিৱীৰ ৰহস্যময় জোড়া বৃহস্পতি এই সৌৰজগতৰ বৃহত্তম গ্ৰহ৷ মাৰ্চ মাহত এক তাৰিখে ইয়াৰ মিলন বা কংজাংছন ঘটিব৷ সেয়ে ইয়াৰ আগতে লাহে লাহে ইয়াৰ কাষলৈ আহিবলৈ আৰম্ভ কৰিছে৷ এই যাত্ৰাপথত লগ হৈছে উপগ্ৰহ ছাঁদ৷ ৰাতিৰ আকাশত এইবোৰ সাধাৰণতে বহুত দূৰে দূৰে থাকে৷ কিন্তু লাহে লাহে এইবোৰ কাষ চাপি আহিবলৈ ধৰিছে৷ আৰু কাষ চপাৰ সময়ত ত্ৰিভুজৰ আকাৰ তৈয়াৰ কৰিব৷ যি এক আ(ৰ্য মহাজাগতিক দৃশ্য হিচাপে দেখা দিব৷ বিজ্ঞানীসকলে এই ঘটনাক যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি কৈছে৷ ত্ৰিভুজৰ আকৃতিৰ দৰে ৰাতিৰ আকাশত এই উজ্জ্বল বস্তু ইয়াৰ আগতে কেতিয়াও দেখা নগৈছিল৷ এইবাৰেই প্ৰথম প্ৰত্যক্ষ কৰিব বিশ্ববাসীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here