কোন তিনিখন দেশত বিশ্বৰ আধাতকৈ বেছি ক’ৰোনা ৰোগী আছে ?

0
1159

নিউজ হে’লথ্ প্লাছ, ২৩ ছেপ্টেম্বৰ, ২০২০: এতিয়ালৈ ক’ৰোনাত প্ৰায় ৯ লাখ ৬১ হেজাৰ লোকৰ মৃত্যু হৈছে আৰু ৩.১১ কোটি লোক ক’ৰোনা প’জিটিভ বুলি ধৰা পৰিছে। কিন্তু তিনিখন বিশেষ দেশেই সৰ্বমুঠ ক’ৰোনাক্ৰান্তৰ আধাতকৈ বেছি লোকৰ বোজা ল’বলগীয়া হৈছে। এতিয়া পৰ্যন্ত আমেৰিকাত ৬৮ লাখ, ভাৰতত ৫৫ লাখ আৰু ব্ৰাজিলত ৪৫ লাখ লোক ক’ৰোনা প’জিটিভ বুলি ধৰা পৰিছে। গতিকে ১৬৮ লাখ লোকেৰে আমেৰিকা, ভাৰত আৰু ব্ৰাজিলেই সৰ্বমুঠ আক্ৰান্তৰ ৫৪% লোকৰ বোজা বহন কৰিবলগীয়া হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here