পেটৰ চৰ্বি কমাবলৈ নৃত্য কৰক

0
881
পেটৰ চৰ্বি বৃদ্ধিৰ সমস্যাই পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰত এক নেতিবাচক প্ৰভাৱ পেলায়৷ এনেধৰণৰ মানুহে পেট ওলোৱাৰ ভয়ত যি ইচ্ছা খাব নোৱাৰে, পিন্ধিব নোৱাৰে আদি বিভিন্ন সমস্যাই তেওঁলোকৰ মনটোক হতাশ কৰি পেলায়৷ সেয়েহে আপুনিও যদি পেটৰ চৰ্বি বৃদ্ধি হোৱা সমস্যাত ভুগিছে, তেন্তে Cardio Exercise কৰক৷ Cardio Exercise হৈছে এনেকুৱা ব্যায়াম বা শৰীৰচৰ্চা, যিয়ে হৃদপিণ্ড আৰু উশাহ-নিশাহৰ গতি বৃদ্ধি কৰাৰ লগতে গোটেই শৰীৰৰ মাংসপেশীসমূহক কাৰ্যক্ষম কৰি তোলে৷ কাৰ্ডিঅ’ এক্সাৰচাইজ আপোনাৰ য’তেই মন, তাতেই কৰিব পাৰে৷

(১) তাৰে ভিতৰত এটা Cardio Exercise হৈছে নৃত্য৷ নৃত্য কৰাটো একপ্ৰকাৰৰ শৰীৰচৰ্চা হয়৷ নৃত্য বা জুম্বাই আপোনাৰ মনটোক প্ৰফুল্লিত কৰাৰ লগতে ওজন হ্ৰাস, পেটৰ চৰ্বি দহন আৰু হৃদপিণ্ডক সুস্থ কৰি ৰাখে৷

What is Zumba and why it gained popularity across the world?


(২) সকলোতকৈ সহজ Cardio Exercise হৈছে ছিৰি উঠা-নমা কৰা৷ ছিৰি উঠা-নমা কৰা কাৰ্যই পেটৰ চৰ্বি দহন কৰাৰ লগতে ভৰিৰ মাংসপেশী মজবুত কৰাতো সহায় কৰে৷

Stairs Climbing Exercises: 4 Health Benefits of Stair Climbing Exercises (Workout)


(৩) পেটৰ চৰ্বি কম কৰিবলৈ আপুনি দৌৰিব পাৰে৷ দৌৰাৰ সময়ত আপোনাৰ সৰ্বশৰীৰৰ ব্যায়াম হয়, যাৰ ফলত চৰ্বি ক্ষয় যোৱাত সহায়ক হয়৷

How to Start Running | Avita Health System


(8) Jumping Jacks
ত আপোনাৰ প্ৰত্যেকটো অংগ কাৰ্যশীল হয়৷ এই শৰীৰচৰ্চাত একে ঠাইতে জঁপিয়াই জঁপিয়াই হাত-ভৰি উঠা-নমা কৰিব লাগে৷

How Many Calories Do Jumping Jacks Burn: Stepping Up Your Workout Game The Right Way


(৫) পেটৰ চৰ্বি কমাবলৈ শৰীৰচৰ্চা যিমান প্ৰয়োজনীয়, তাতোকৈ বেছি প্ৰয়োজন এটা হেলি্‌থ ডায়েট গ্ৰহণ কৰা৷

Focus On Eating Healthy Foods More Important Than Avoiding Junk Food: Study - NDTV Food


সেয়েহে এনেধৰণে নিয়মিত সুষম আহাৰ গ্ৰহণ কৰাৰ লগতে শৰীৰচৰ্চা কৰি মন আৰু দেহ সুস্থ কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here