নৱবৰ্ষৰ আৰম্ভতে নতুন ভেৰিয়েণ্টৰ বাবে মডাৰ্নাৰ ভেক্‌চিন || Moderna’s vaccine for new variant by beginning of the new year

0
281

মডাৰ্না কোম্পানীৰ মুখ্য স্বাস্থ্য বিষয়া প’ল বাৰ্টনে কয় যে তেওঁৰ সন্দেহ নতুন অমিক্ৰন ভেৰিয়েণ্টে বৰ্তমানৰ ভেক্‌চিনবোৰক বাগি দি মানুহৰ প্ৰতিৰোধ শক্তি ভেদ কৰিবও পাৰে৷ যদি এনে হয়, তেন্তে পুনৰ উদ্ভাৱন কৰা এক ভেক্‌চিন নতুন বছৰৰ প্ৰথম ভাগতে উপলব্ধ হ’ব৷ BBC সংবাদ মাধ্যমৰ এটা অনুষ্ঠানত বাৰ্টনে কয় যে পৰৱৰ্তী কেইসপ্তাহমানৰ ভিতৰতে সুৰক্ষা দিয়াত বৰ্তমানৰ ভেক্‌চিনৰ সামৰ্থ্যৰ বিষয়ে আমি জনা উচিত৷ তেওঁ আৰু কয় যে যদি আমি একেবাৰে নতুন এটা ভেক্‌চিন প্ৰস্তুত কৰিবলগা হয়, মই ভাবো ২০২২ চনৰ প্ৰথম ভাগতে উপলব্ধ হ’ব

LEAVE A REPLY

Please enter your comment!
Please enter your name here