নিয়মিত ওট্‌ছ খালে কি লাভ হয়?

0
1241


সুষম আহাৰ গ্ৰহণেৰে দিনটো আৰম্ভণি কৰিলে গোটেই দিনটো শৰীৰৰ শক্তি অটুট থাকে৷ তেনে এবিধ সুষম আহাৰ হৈছে ওটছ৷ খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে ইয়াত প্ৰচুৰ পৰিমাণে শৰীৰৰ বাবে লাগতিয়াল উপাদান পোৱা যায়৷ ওটছত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ বিভিন্ন বেমাৰৰ পৰা আৰম্ভ কৰি ছাল-চুলিৰ নানা সমস্যাৰ সমাধান দিব পাৰে ওটছে৷

(১) ওট্‌ছত থকা ফাইবাৰে উচ্ছ ৰক্তচাপৰ সমস্যা কম কৰে৷


(২) চিকিৎসকৰ মতে লেমন ওটছে ছুগাৰৰ স্তৰ নিয়ন্ত্ৰণ কৰে৷ ইয়াৰ উপৰি ৰাতিপুৱা ব্ৰেকফাষ্টত ওটছ খালে অতি সোনকালে ভোক লগা সমস্যাৰ পাৰ ৰেহাই পাব পাৰি৷

Easy High Protein Overnight Oats Recipe | Healthy Fitness Meals


(৩) ওটছত থকা আনছ’লিউবল ফাইবাৰে পাচন শক্তি বৃদ্ধি কৰি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে৷


(8) ওটছ খালে যেনেকৈ লাভ হয়, ঠিক তেনেকৈ ইয়াক মুখত লগাতেও ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷ ইয়াৰ বাবে এচামুচ ওটছত কেঁচা গাখীৰ মিশ্ৰণ কৰি তৈয়াৰ কৰা পেষ্ট মুখ, হাত-ভৰিত সানিলে ছাল মসৃণ আৰু উজ্জ্বল হয়৷

Oats face pack for fair skin ! how to fair skin ! how to get fair skin naturally ! beauty5 - YouTube


(৫) ওটছত থকা ফাইবাৰ আৰু মেগনিচিয়ামে মগজুত চেৰ’টনিনৰ মাত্ৰা বৃদ্ধি কৰে৷ সেই কাৰণে ওটছ খালে মন-মগজু শান্ত হৈ থকাৰ লগতে ভাল টোপনি অহাতো সহায়ক হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here