দেশৰ প্ৰতিখন জিলাত বৃদ্ধাশ্ৰম স্থাপনৰ কৰিব কেন্দ্ৰই

0
332

কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ প্ৰতিখন জিলাতে বৃদ্ধাশ্ৰম স্থাপন কৰাৰ পৰিকল্পনা কৰিছে৷ ইতিমধ্যে চৰকাৰে ২৫০খন জিলা বাছনি কৰিছে,
য’ত স্থানীয় বেচৰকাৰী সংস্থাৰ সৈতে যুটীয়াভাৱে এই বিষয়ত কাম কৰিব৷ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ে এই কথা জনায়৷ এখন সংবাদমেলত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে যোৱা আঠ বছৰে কেন্দ্ৰীয় চৰকাৰে লোৱা ব্যৱস্থাবোৰৰ কথা জনাওঁতে এই কথা কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here