দেশীয় স্পুট্‌নিক ভেক্‌চিন অক্টোবৰত উপলব্ধ হ’ব: Dr. Reddy’s

0
1348
ডাঃ ৰেড্ডীজ লেবৰেটৰীজ লিমিটেডে ভাৰতত প্ৰস্তুত কৰা Sputnik V ভেকচিন অহা ছেপ্টেম্বৰ-অক্টোবৰত উপলব্ধ হ’ব বুলি সদৰী কৰে৷ প্ৰতিষ্ঠানটোৰ ব্ৰেণ্ডেড মাৰ্কেটছ শাখাৰ CEO এম ভি ৰামনাই Sputnik V ভেকচিন মুকলিৰ সন্দৰ্ভত এইদৰে প্ৰকাশ কৰে৷ তেওঁ জনোৱা মতে ৰাছিয়াত কৰ’নাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিপ্ৰেক্ষিতত দেশখনৰ পৰা ভাৰতলৈ Sputnik V ভেকচিনৰ যোগান প্ৰক্ৰিয়া লেহেম হৈছে৷ সেয়েহে ভাৰতত এই ভেকচিনৰ উৎপাদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিলে ভেকচিনৰ জটিলতা যথেষ্ট পৰিমাণে কমিও বুলি তেওঁ উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here