তিলক কিহৰ লগত লগালে চুলিৰ সৌন্দৰ্য বাঢ়ে?

0
1188
প্ৰাচীন কালৰে পৰা তিলক চুলিৰ সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ কৰি অহা হৈছে৷ ছাল আৰু চুলিৰ ক্ষেত্ৰত তিল এক অত্যন্ত প্ৰমাণী বিধি৷ যিসকল লোকে নিয়মিত তিল খায়, তেওঁলোকৰ চুলিৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে শৰীৰৰো যথেষ্ট উপকাৰ হয়৷ পিছে কথা হ’ল, তিলক আপুনি চুলিত কেনেদৰে ব্যৱহাৰ কৰিব৷

[১] নিয়মিত চুলিত তিলৰ তেল গৰম কৰি মাচাজ কৰিলে চুলি সোনকালে দীঘল ক’লা আৰু ঘন হয়৷

Black Sesame Seeds Oil at Rs 65/bottle | Village Bari | Jhansi| ID: 20838630130


[২] তিল আৰু দৈ সমানে বটি তাত কণীৰ কুহুম মিশ্ৰণ কৰি বিশ মিনিটৰ বাবে চুলিত লগাই ছেম্পু কৰিলে চুলি ক’লা আৰু মসৃণ হয়৷

Japanese Black Sesame, Yogurt | Cosme | ChefsFeed


[৩] জবা ফুলৰ পাত আৰু ফুল একেলগে পিচি তিলৰ তেলৰ লগত উতলাই ঠাণ্ডা হোৱাৰ পাছত চুলিৰ গুৰিত মাচাজ কৰিব লাগে৷

Joba Flower High Res Stock Images | Shutterstock


[8] এলোভেৰা জেলৰ লগত তিলৰ তেল মিশ্ৰণ কৰি মাচাজ কৰিলেও সুফল পোৱা যায়৷

Top 10 Hidden Benefits of Using Sesame Seed Oil for Hair


[৫] নাৰিকল তেল আৰু তিলৰ তেল সমপৰিমাণে মিহলাই লৈ অলপ গৰম কৰি চুলিৰ গুৰিত মালিচ কৰিলে চুলি সৰা বন্ধ হয় আৰু নতুনকৈ চুলি গজাত সহায়ক হয়৷

MSS Marachekku Edible (Wood) Cold Pressed Gingelly/ Sesame Oil & Coconut Oil | Each (02 L): Amazon.in: Grocery & Gourmet Foods
গতিকে সহজতে প্ৰাকৃতিকভাৱে পোৱা তিলক এনেদৰে চুলিত ব্যৱহাৰ কৰি চুলিকোছা সযতনে ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here