ভিটামিন-B12 : ইয়াৰ অভাৱ আৰু প্ৰয়োজনীয়তা

0
930
আমাৰ শৰীৰ সুস্থ কৰি ৰাখিবলৈ সকলো ধৰণৰ খাদ্য প্ৰ’টিন, খনিজ পদাৰ্থ আৰু ভিটামিনৰ অতি আৱশ্যক৷ সুস্বাস্থ্য ধৰি ৰাখিবলৈ ভিটামিনৰ প্ৰয়োজন৷ যদি শৰীৰত কোনো এটা ভিটামিনৰ অভাৱ হয়, তেন্তে বিভিন্ন ৰোগে শৰীৰটোক আক্ৰমণ কৰিব পাৰে৷ শৰীৰৰ বাবে ভিটামিন-B12 তেনে এটা দৰকাৰী উপাদান৷ যাৰ অভাৱত আমাৰ নানা সমস্যাই দেখা দিব পাৰে৷

[১] ভিটামিন-B12ৰ অভাৱ হ’লে শৰীৰৰ দ্ৰুতভাৱে ওজন হ্ৰাস হ’ব পাৰে৷ ইয়াৰ অভাৱত পেশী দুৰ্বল হয়৷

[২] মস্তিষ্কৰ স্বাভাৱিক কাম-কাজৰ বাবে ভিটামিন-B12 অত্যন্ত লাগতিয়াল৷ শৰীৰত লোহিত ৰক্তকণিকা গঠনত লগা DNA নিয়ন্ত্ৰণত ভিটামিন-B12-এ সহায় কৰে৷


[৩] ভিটামিন-B12ৰ অভাৱ হ’লে স্নায়ৱিক সমস্যাই দেখা দিব পাৰে৷


[8] মাছ, মাংস, কণী আদিত প্ৰচুৰ পৰিমাণে ভিটামিন-B12 পোৱা যায়৷ আনহাতে কণীত অধিক মাত্ৰাত ভিটামিন-B2 আৰু ভিটামিন-B12 থাকে৷ সেয়ে দৈনিক কণী খালে শৰীৰত ভিটামিন-B12ৰ অভাৱ পূৰণ হয়৷

High-Protein Foods: Suggestions, Snacks & Recipes — Nuts.com


[৫] গাখীৰ, চিজ, ওটচ, কাজুবাদাম, আলমণ্ড আদিত ভিটামিন-B12 থাকে৷

Alt dairy: How oats, prebiotics, and coffee are shaking up innovation


[৬] এটা কথা মনত ৰাখিব যে আপোনাৰ যদি শৰীৰত ভিটামিন-B12ৰ অভাৱ হৈছে৷ তেন্তে মদ্যপান ত্যাগ কৰক৷

Quit Smoking By Natural Remedies - By Dr. Amarjit Singh Jassi | Lybrate

LEAVE A REPLY

Please enter your comment!
Please enter your name here