জলকীয়াই জিভা পুৰিলে কি খাব? What to do when you find the chilli too hot?

0
1604
খাদ্যত অকণমান জ্বলা নহ’লে যেন তাৰ একো জুতিয়েই নাই৷ কিছুমান এনেকুৱা মানুহো আছে, যিয়ে চকুৱে-নাকে পানী ওলালেও জ্বলা খায়ে থাকে আৰু কিছুমান এনে মানুহো আছে, যিয়ে এটা জলকীয়াৰো জ্বলা সহ্য কৰিব নোৱাৰে৷ মুঠতে যিয়েই নহওক, জ্বলা খোৱাৰ পাছত যেতিয়া জিভা পোৰে আচল পয়মালটো তেতিয়াহে লাগে৷ কিছুমান খাদ্য ইমানেই জ্বলা হয় যে ঢোকে ঢোকে পানী খালেও তাৰ জ্বলন নকমে৷ সেয়েহে জানো আহক জ্বলা খাদ্যই জিভা পুৰিলে কি কৰিব৷

(১) সাধাৰণতে জলকীয়াই জিভা পুৰিলে প্ৰত্যেকেই চেনি খোৱা দেখা যায়৷ অৱশ্যে ই বিশেষভাৱে কাৰ্যকৰী৷ কিন্তু চেনিৰ সলনি মৌ খালে আপুনি অধিক সুফল লাভ কৰিব পাৰিব৷

10 Surprising Health Benefits of Honey


(২) নেমুৰ ৰস, কমলাৰ ৰস বা যিকোনো টেঙা ফলে জ্বলা নাইকিয়া কৰিব পাৰে৷

Does Orange Juice Help Colds? An Expert Explains | Eat This Not That


(৩) ঠাণ্ডা গাখীৰ বা দৈয়েও জিভাৰ জ্বলন কমাই আপোনাক আৰাম প্ৰদান কৰিব পাৰে৷

Which is better for weight loss: Curd or milk? | The Times of India


(8) জিভাৰ জ্বলন কমাবলৈ বয়ল আলু নাইবা ব্ৰেড বাটাৰো খাব পাৰে৷

Bread And Butter Stock Photo - Download Image Now - iStock


(৫) আইচক্ৰীমো এই ক্ষেত্ৰত বিশেষভাৱে কাৰ্যকৰী৷

Luton man arrested after ice cream vans set on fire - BBC News


গতিকে অধিক জ্বলা খাদ্যই জিভা পুৰিলে উপৰিউক্ত বিধানবোৰ মানি চলিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here