খৰধৰকৈ ওজন কমাব বিচাৰিলে হ’ব পাৰে বিপদ (Adopting a shortcut to shed weight could prove harmful)

0
792
ওজন নিয়ন্ত্ৰণ কৰাটো শৰীৰৰ বাবে লাভদায়ক৷ কিন্তু খৰধৰকৈ অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ গৈ বিভিন্ন ধৰণৰ খাদ্যৰ সালসলনি, অত্যধিক শৰীৰচৰ্চা আদি শৰীৰৰ কাৰণে উপযোগী নহ’বও পাৰে৷ প্ৰয়োজনতকৈ অধিক ওজন হ্ৰাস কৰিলে শৰীৰত পাশ্বৰ্ক্ৰিয়াই দেখা দিয়ে৷

(১) তাৰ ভিতৰত এটা হ’ল ছাল শোঁতোৰা পৰা৷ চৰ্বিযুক্ত শৰীৰৰ পৰা হঠাৎ অধিক ওজন হ্ৰাস কৰিলে দেহৰ ছাল ঢিলা হৈ যায়৷

How To Tighten Sagging Skin On Face With Ayurvedic Remedies? – Vedix


(২) অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ বহুতেই খাবলৈ এৰি দিয়ে৷ যাৰ বাবে দেহে প্ৰয়োজনীয় পুষ্টি লাভ নকৰাৰ বাবে পুষ্টিহীনতাত ভুগি চুলি সৰিবলৈ লয়৷

Hair Loss: 10 Causes, Treatments and Prevention Tips – SkinKraft


(৩) ততাতৈয়াকৈ খীণাব বিচৰাৰ ফলত একনী, শুকান ছাল, বলিৰেখা পৰাৰ দৰে সমস্যাৰো সৃষ্টি হয়৷

Acne - Symptoms and causes - Mayo Clinic


(8) ওজন হ্ৰাস কৰিবলৈ হঠাৎ ডায়েটৰ পৰিৱৰ্তন কৰাৰ ফলত ই পাচন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰি কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

What causes constipation and home remedies for it


(৫) আপুনি দৈনিক কি খাইছে, তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ টোপনি৷ গতিকে আপুনি যদি ওজন হ্ৰাস কৰাৰ বাবে হঠাৎ খাদ্য তালিকা সলনি কৰি দিয়ে, তেন্তে ই আপোনাৰ টোপনিত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷

17 Proven Tips to Sleep Better at Night

LEAVE A REPLY

Please enter your comment!
Please enter your name here