কোনবোৰ উদ্ভিজ খাদ্য Omega 3-ৰ ভাল উৎস ?

0
526
সকলো ধৰণৰ ফেটছ আমাৰ শৰীৰৰ কাৰণে অপকাৰী নহয়৷ কিছুমান হেল্‌থি ফেটছ আছে, যিবোৰ আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজন ৷ যেনে– Omega-3 fatty Acid ৷ Omega-3 fatty Acid আমাৰ হাৰ্টৰ বাবে, মগজুৰ বাবে খুব ভাল৷ গাঁঠিৰ বিষ, এজমা, চকুৰ বিভিন্ন সমস্যা নিৰ্মূলত Omega-3 অতি আৱশ্যক৷ মাছ Omega-3 ৰ ভাল উৎস৷ কিন্তু যিসকল লোকে মাছ নাখায় বা নিৰামিষভোজী তেওঁলোকে এই Omega-3 ক’ৰপৰা পাব? চিন্তাৰ কাৰণ নাই৷ উদ্ভিজ খাদ্যতো Omega-3 পোৱা যায়৷ জানো আহক কোনবোৰ খাদ্যবস্তুত Omega-3 fats পোৱা যায়৷

(১) ফ্লেক্সচিডছ Omega-3-ৰ ভাল উৎস৷ অকল এয়াই নহয়, ফ্লেক্সচিডছত Omega-3-ৰ লগতে ফাইবাৰ, প্ৰ’টিন, ভিটামিন-A, মেংগানিজ আদি পোৱা যায়৷ ফ্লেক্সচিডছ আপুনি পুৱা ওটছৰ লগত খাব পাৰে৷

Pumpkin Pie Oatmeal with Roasted Flax Seeds | the taste space


(২) Chia seeds-ও Omega-3-ৰ ভাল উৎস৷ ইয়াক আপুনি যিকোনো জুচ, গাখীৰ নাইবা চালাড আদিৰ লগত খাব পাৰে৷

Banana, Strawberry & Chia Seeds Smoothie - Fuss Free Cooking


(৩) উদ্ভিজ খাদ্যৰ ভিতৰত Omega-3-ৰ অন্যতম উৎস হৈছে আখৰোট৷ ইয়াত প্ৰচুৰ পৰিমাণে Omega-3, এণ্টিঅক্সিডেণ্ট, ভিটামিন-E, প্ৰ’টিন, ফলিক এচিড আদি পোৱা যায়, যি আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয়৷

The Health Benefits of Walnuts


(8) পনীৰত Omega-3 আৰু Omega-6 পোৱা যায়৷ যিয়ে আথ্ৰাইটিছ প্ৰতিৰোধ কৰিব পাৰে৷

11 Healthy And Delicious Paneer Recipes You Have To Try At Least Once


(৫) নিৰামিষ আহাৰ খোৱা লোকসকলে Omega-3-ৰ প্ৰয়োজন পূৰাবলৈ ৰাজমাহ, ছয়াবিন, লুবিয়া আদি মাহজাতীয় খাদ্যবস্তু খাব লাগে৷

Rajma recipe (Rajma masala) - Swasthi's Recipes


(৬) বন্ধাকবি, ফুলকবি, পালেংশাক, ব্ৰকলি, ৰঙালাওৰ গুটি আদিতো প্ৰচুৰ পৰিমাণে Omega-3 পোৱা যায়৷

15 Surprising Foods That are Very High in Omega 3 | Balanced diet chart, 10 healthy snacks, Top 10 healthy snacks

LEAVE A REPLY

Please enter your comment!
Please enter your name here