আমেৰিকাত কেতিয়াৰ পৰা ১২ বছৰৰ তলৰ শিশুৰ ক’ভিড ভেক্‌চিন (When will America start vaccinating children below 12 years of age? )

0
291
আমেৰিকাত কৰ’না ভাইৰাছৰ Delta ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে ১২ বছৰৰ তলৰ শিশুৰ বাবে ক’ভিডৰ ভেক্‌চিন অহা মাহৰ শেষৰ ফালে পোৱাৰ সম্ভাৱনা আছে৷ ‘নিউয়ৰ্ক টাইমছ’ কাকতত প্ৰকাশিত এটা বাতৰিত দুজন স্বাস্থ্য বিশেষজ্ঞৰ উদ্ধৃতিৰে কোৱা হৈছে যে ৫ বছৰৰ পৰা ১১ বছৰৰ শিশুৰ বাবে ক’ভিডৰ ভেক্‌চিন অক্টোবৰৰ শেষৰফালে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে৷ আমেৰিকাত এতিয়ালৈকে ১২ বছৰৰ ওপৰৰসকলৰ বাবেহে ভেক্‌চিন আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here