আই এম ডিৰ সতৰ্কবাণী ৰাজ্যত প্ৰবল বৰষুণৰ সম্ভাৱনা

0
279

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চমুকৈ আই এম ডি-এ কয় যে দেশখনত বাৰিষা স্বাভাৱিকভাৱে আগবাঢ়িছে আৰু অহা দুদিনত মহাৰাষ্ট্ৰলৈ বাৰিষাৰ আগমন হ’ব৷ 
আই এম ডিয়ে লগতে ১০-১১ জুনত অৰুণাচল প্ৰদেশত আৰু অহা পাঁচ দিনত অসম আৰু মেঘালয়ত অতি প্ৰবল বৰষুণ প্ৰায় ২০৪.৫ মিলিমিটাৰতকৈও বেছি হ’ব৷ উল্লেখ্য যে দেশৰ বাৰ্ষিক বৃষ্টিপাতৰ প্ৰায় ৭০ শতাংশ হয় বাৰিষা কালত আৰু দেশৰ কৃষি ভিত্তিক অৰ্থনীতিৰ বাবে জীৱনৰেখা স্বৰূপ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here