অতিৰিক্ত কণী খালে পিম্পলছ হয় নেকি? Does eating too many eggs cause pimples?

0
639

কণীক সম্পূৰ্ণ আহাৰ হিচাপে বিবেচনা কৰা হয়৷ দিনটোত যদি আপুনি এটা কণীও খাব পাৰে, ই আপোনাক যথেষ্ট প্ৰ’টিনৰ যোগান ধৰিব পাৰে৷ পিছে বহুতেই কণী খোৱাৰ বাবে পিম্পলছ, একণী আদি হোৱা বুলি অভিযোগ দিব খোজে৷ আচলতে কণী খালে পিম্পলছ নহয়৷ কিন্তু প্ৰয়োজনতকৈ বেছি কণী খালে নিশ্চয় এনে সমস্যাই দেখা দিব পাৰে৷

10 Foods Making Your Acne Even Worse — Eat This Not That
  • ইয়াৰ কাৰণ হ’ল কণীত বায়’টিন থাকে আৰু উচ্চ পৰিমাণৰ বায়’টিন সেৱন কৰিলে ছালত যথেষ্ট কেৰ’টিন উৎপন্ন হয়৷ যাৰ ফলত ব্লেমিছৰ (Blemish) সমস্যাই দেখা দিব পাৰে৷
  • একেদৰে অত্যধিক কণী খালে শৰীৰত প্ৰজেষ্টৰনৰ মাত্ৰা বৃদ্ধি পায়৷ যিহেতু আমাৰ শৰীৰে প্ৰাকৃতিকভাৱে প্ৰজেষ্টৰন উৎপন্ন কৰিব পাৰে, সেয়েহে অতিৰিক্ত প্ৰজেষ্টৰনে দেহত হৰমনৰ তাৰতম্য ঘটাই ব্ৰন, একণী আদিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here