[rev_slider alias=”ad-slider-1″]
চুজিয়ে স্বাস্থ্যৰ যতনত মেজিকৰ দৰে কাম কৰে
Health Plus - 0
পুৱাৰ জলপান অথবা আবেলি জিৰণিৰ সময়ত ফিকা চাহকাপৰ সৈতে খোৱা তথা মাকে ল’ৰা-ছোৱালীক স্কুলৰ টিফিনত দিবৰ বাবে বিবেচনা কৰা সুস্বাদু খাদ্যৰ ভিতৰত...
অধ্যয়ন ঃ ডিজিটেল মাধ্যমে শিশুৰ শিক্ষাগ্ৰহণত নেতিবাচক প্ৰভাৱ নেপেলায়
Health Plus - 0
কম্পিউটাৰতকৈ কিতাপ পঢ়ি অধিক জ্ঞান লাভ কৰিব পাৰে বুলি ভালেমান বিশেষজ্ঞই মত পোষণ কৰে৷ তেওঁলোকৰ মতে লিখিত ৰূপত থকা শব্দ আৰু কিতাপ...
Most Read
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?
পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...
হজমৰ সমস্যা সমাধানৰ বাবে মৎস্যাসন কৰক
শৰীৰৰ স্বাস্থ্য উন্নত তথা নিৰোগী কৰি ৰাখিবলৈ যোগাসন কৰাৰ প্ৰয়োজনীয়তা আছে৷ নিয়মিতভাৱে কৰা যোগ অভ্যাসে এজন লোকক বিভিন্ন...
পুৱাই কৰা কি ভুলৰ বাবে দ্ৰুতভাৱে ওজন বৃদ্ধি হ’ব পাৰে
পুৱাই যিমানেই ভাল অভ্যাস গঢ় দিব, সিমানে শৰীৰক ভালে ৰখাত সহায় কৰে৷ পুৱাৰ ভাগৰ কিছুমান বদঅভ্যাসে হোৰাহোৰে বঢ়াব পাৰে শৰীৰৰ ওজন৷ কথাতে...
বিজ্ঞানীৰ নতুন সম্ভাৱনাময় বাসযোগ্য গ্ৰহৰ সন্ধান
সম্প্ৰতি ইউৰোপিয়ান ছাউডাৰ্ন অবজাভেটৰি ভেৰি লাৰ্জ টেলিস্কোপৰ সহায়ত বিজ্ঞানীয়ে নতুন এক সম্ভাৱনাময় বাসযোগ্য গ্ৰহৰ সন্ধান লাভ কৰিছে৷ পৃথিৱীৰ পৰা আনুমানিক ৫.৯৬ আলোকবৰ্ষ...