Health Plus

4948 POSTS0 COMMENTS
http://newshealthplus.com

ছিৰামে ছেপ্টেম্বৰত আৰম্ভ কৰিব Sputnik V ৰ উৎপাদন

পুনেস্থিত Serum Institute of Indiaই কৰ’না ভাইৰাছৰ ভেক্‌চিন স্পুট্‌নিক ভি (Sputnik V)ৰ উৎপাদন ছেপ্টেম্বৰত আৰম্ভ কৰিব৷ Russian Direct Investment Fund চমুকৈ...

সঘনাই হাত ধোৱাৰ ফলত হাতৰ মসৃণতা নাইকিয়া হৈছে নেকি?

নিজকে বেমাৰৰ বীজাণুৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে সঘনাই হাত ধোৱাটো অতি আৱশ্যক৷ দিনটোত কমেও বিশ ছেকেণ্ড সঘনাই হাত ধুলে আমাৰ শৰীৰটো...

কৰ’নাৰ তৃতীয় ঢৌ অনিবাৰ্য : আই এম এ

ভাৰতীয় চিকিৎসা সংস্থা চমুকৈ IMA-এ কয় যে দেশত কৰ’না সংক্ৰমণৰ তৃতীয় ঢৌ অনিবাৰ্য৷ সংস্থাটোৱে দাবী কৰে যে দুই-তিনি মাহৰ ভিতৰত দেশত কৰ’নাৰ...

এক মিনিটত বিউটি টিপ্‌ছ

শৰীৰৰ অন্য অংগৰ লগতে আপোনাৰ ছালখনো সমানে গুৰুত্বপূৰ্ণ৷ ছালখনে বাহিৰৰ ধূলি-বালি, প্ৰদূষণ, ৰ’দ-বতাহৰ পৰা আপোনাক সুৰক্ষা প্ৰদান কৰে৷ কিন্তু আজিকালি ব্যস্ততাপূৰ্ণ জীৱনত...

পঁইতা ভাত বা পন্তা ভাতে কিদৰে উপকাৰ কৰে?

অসমীয়া সমাজত এবিধ অতি জনপ্ৰিয় খাদ্য হৈছে পঁইতা ভাত৷ ঠাই বিশেষে ইয়াক পন্তা ভাত বুলিও কোৱা হয়৷ কিছু বছৰ আগতে গাঁৱলীয়া খেতিয়ক...

ৰাজ্যত ভেক্‌চিনৰ তীব্ৰ নাটনি

কেন্দ্ৰীয় চৰকাৰে অসমক প্ৰয়োজন অনুসৰি কভিড-১৯ৰ ভেক্‌চিন যোগান ধৰা নাই৷ যাৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰত ভেক্‌চিনৰ তীব্ৰ নাটনি ঘটিছে৷ যি সময়ত ৰাজ্যৰ...

ডিছেম্বৰৰ ভিতৰত সকলো প্ৰাপ্তবয়স্কক দিয়া হ’ব কভিডৰ ভেক্‌চিন

‘National Expert Group on Vaccine Administration’ৰ মুৰববী ডাঃ এন কে অৰোৰাই কয় যে ভাৰতৰ সমগ্ৰ প্ৰাপ্তবয়স্ক জনসংখ্যাক ডিছেম্বৰৰ ভিতৰত কভিড-১৯ৰ ভেক্‌চিন...

কি কি ৰোগত কি কি নাখাব?

আমি প্ৰায়ে বেমাৰ হ’লে প্ৰথমে বেমাৰটো নিৰ্মূল কৰাৰ বাবে কি ঔষধ বা খাদ্য খোৱা উচিত, তাৰ ওপৰতহে অধিক গুৰুত্ব দিওঁ৷ কিন্তু উক্ত...

নিৰামিষ আহাৰৰ ৰজা পনীৰে কিদৰে উপকাৰ কৰে?

নিৰামিষভোজীসকলৰ বাবে পনীৰ এক অত্যন্ত প্ৰয়োজনীয় খাদ্য৷ সাধাৰণতে পনীৰ গাখীৰৰ পৰা উৎপন্ন হয়৷ পনীৰত বহুতো পুষ্টি যেনে– প্ৰ’টিন, ভিটামিন, কাৰ্বহাইড্ৰেট, ফোলেট, কেলচিয়াম...

ভয়ংকৰ ঘটনা ৰাজ্যত মানৱ অংগ কিডনীৰ নিষিদ্ধ বেহা

ৰাজ্যত ড্ৰাগ্‌ছ, মদ-ভাং আদিৰ লেখীয়াকৈ অবৈধ মানৱ দেহৰ অংগৰ নিষিদ্ধ ব্যৱসায় চলি আছে৷ যোৱা ১১ জুলাইত মৰিগাঁও জিলাৰ ধৰমতুলত উন্মোচিত হৈছে তেনে...

TOP AUTHORS

Most Read

ৰাতিৰ টোপনিত ব্যাঘাত জন্মাইছে ‘নকচুৰিয়া’ই! কি এই ৰোগ ?

ৰাতি টোপনিৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ লগা অথবা প্ৰস্ৰাৱৰ প্ৰৱণতাই টোপনিত ব্যাঘাত জন্মায়৷ গোটেই দিনৰ কামৰ ভাগৰ, ক্লান্তি দূৰ কৰিবলৈ নিশা চকুৰ...

গেছৰ সমস্যা হ’লেই এণ্টাছিড খায়? সতৰ্ক নহ’লে বিপদ অৱশ্যম্ভাৱী

বহুতৰে পুৱা টোপনিৰ পৰা উঠিয়েই খালী পেটত গেছৰ সমস্যাৰ বাবে ঔষধ সেৱন কৰে৷ মজিয়াত ভৰি দিয়েই এণ্টাছিড এটা নাখালে দিনটো শান্তি...

জৰায়ুত নহয়, লিভাৰত বাঢ়িছে ভ্ৰূণ ‘এক্টোপিক প্ৰেগনেন্সি’ৰ চিকাৰ মহিলা

জৰায়ুৰ সলনি লিভাৰত ভ্ৰূণ বাঢ়িবলৈ লৈছে৷ এনেধৰণৰ বিৰল ঘটনা ভাৰতত প্ৰথমবাৰৰ কাৰণে হৈছে বুলি দাবী কৰিছে চিকিৎসকে৷ সমগ্ৰ বিশ্বত অন্তঃসত্ত্বা 0.২৫ ৰ...

ফিতাকৃমিৰ সংক্ৰমণৰ বাবে ভাৰতত স্নায়ুৰ ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন ৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে যে ভাৰতত...