Health Plus
4940 POSTS0 COMMENTS
http://newshealthplus.comইউৰিক এচিডৰ সমস্যা থাকিলেএইবোৰ খোৱাৰ পৰা বিৰত থাকক
Health Plus - 0
প্ৰয়োজনতকৈ অতিৰিক্ত প্ৰ’টিনজাতীয় খাদ্য খোৱাৰ ফলত তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ে৷ ইয়াৰ ফলত ভৰিৰ বিষ, গোৰোহাত ফুটি উঠা...
দেশত ভেজাল ঔষধৰ বিৰুদ্ধেকেন্দ্ৰই চলাব জোৰদাৰ অভিযান
Health Plus - 0
দেশজুৰি ঔষধৰ ৰমৰমীয়া ভেজাল ব্যৱসায় চলি আহিছে৷ যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ ফল ভোগ কৰিবলগীয়া হৈছে ৰোগী তথা জনসাধাৰণে৷ নকল...
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতেকটন বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তি
Health Plus - 0
কৰ্কট ৰোগ আৰু অন্যান্য সহযোগী চিকিৎসা সম্পৰ্কীয় ক্ষেত্ৰত প্ৰশিক্ষণ আৰু গৱেষণা আৰম্ভ আৰু শক্তিশালী কৰাৰ বাবে কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটীস্থিত ডাঃ ভুৱনেশ্বৰ...
বিশ্বত নতুন প্ৰত্যাহ্বানৰসৃষ্টি কৰিছে প্লাষ্টিকৰ কণাই
Health Plus - 0
প্লাষ্টিকে বিশ্বৰ বাবে ভয়াৱহ পৰিস্থিতিৰ যে সৃষ্টি কৰিছে সেই কথা সকলোৱে জানে৷ শেহতীয়াকৈ বিজ্ঞানীসকলে দিয়া আন এক তথ্যই...
সুখবৰ : অৰুণাচল প্ৰদেশৰ অৰ্কিডৰ তালিকাত নতুন নাম সংযোজন
Health Plus - 0
উত্তৰ-পূৰ্বাঞ্চলৰ নাম অৰ্কিডৰ বাবে বিশেষভাৱে লোৱা হয়৷ তাৰে ভিতৰত অৰুণাচল প্ৰদেশতে আটাইতকৈ বেছি অৰ্কিডৰ প্ৰজাতি পোৱা যায়৷ অৰুণাচল...
আশাৰ বতৰা কঢ়িয়াই ছে ব্ৰহ্মপুত্ৰৰবালিচৰৰ তৰমুজৰ খেতিয়ে
Health Plus - 0
ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াত এদিন সৰ্বস্ব হেৰুৱাই নিঠৰুৱা হৈ পৰা মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ এদল খহনীয়াগ্ৰস্ত লোকে এতিয়া খৰালি বতৰত ব্ৰহ্মপুত্ৰৰ বালি...
কঠোৰ নিয়মৰ বাবে বছৰৰ শেষৰদিনটোত দুৰ্ঘটনাৰ সংখ্যা কম
Health Plus - 0
পূৰ্বৰ তুলনাত ৩১ ডিচেম্বৰত এইবাৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা হ্ৰাস পালেও ৰাজ্যত সংঘটিত হ’ল ৭৯টা পথ দুৰ্ঘটনা৷ গুৱাহাটী মহানগৰীতেই সংঘটিত হ’ল ৪৭টা পথ...
গুৱাহাটীত অপৰাধজনিত ঘটনাৰ হাৰ হ্ৰাস পাইছে : কোনে ক’লে ?
Health Plus - 0
গুৱাহাটীৰ বিভিন্ন থানাত ৰুজু হোৱা অপৰাধজনিত ঘটনাৰ হাৰ বিগত ৫বছৰত হ্ৰাস পাইছে৷ মহানগৰ আৰক্ষী জিলাৰ নৱনিযুক্ত আয়ুক্ত দিগন্ত...
কলেষ্টৰেল, কেঞ্চাৰ প্ৰতিৰোধৰবাবে এইবিধ শাক খাওক
Health Plus - 0
সকলো প্ৰকাৰৰ শাকে পুষ্টিগুণেৰে ভৰপূৰ৷ ইয়াৰ ভিতৰত সৰিয়হ শাকো অন্যতম৷ ঔষধি গুণসম্পন্ন সৰিয়হ শাকত নানা উপযোগী দ্ৰব্য, ভিটামিন-কে...
শৰীৰৰ এইবোৰ সমস্যাথাকিলে ফুলকবি নাখাব
Health Plus - 0
শীতকালত উপলব্ধ ফুলকবি এবিধ পুষ্টিকৰ খাদ্য৷ ইয়াত কেলচিয়াম, ফ্লোৰাইড আদি শৰীৰৰ লাগতিয়াল উপাদান পোৱা যায়, যিয়ে হাড় তথা...
Most Read
পিঁয়াজ সৰহকৈ খালেও হ’ব পাৰে এইবোৰ বিপদ
যিমানে উপকাৰিতা নাথাকক কিয় প্ৰয়োজনতকৈ অধিক সেৱন কৰাটো যিকোনো বস্তুৱেই বেয়া৷ অত্যধিক সেৱনে ঘিউ-মৌও বিষলৈ পৰিণত হ’ব পাৰে৷ ঠিক একেদৰে পিঁয়াজ...
নিয়মিত ছচ্মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?
ছচ্মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত...
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...