১ ছেপ্টেম্বৰৰ পৰা স্কুল খোলা হ’বনে ?

0
1519

২৯ অাগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ নিয়মীয়া পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি ঘোষনা কৰিছিল। ৩১ আগষ্টৰ আগতে সকলো শিক্ষক-শিক্ষয়িত্ৰীকে ক’ভিড টেষ্ট কৰি পাঠদানৰ বাবে বিদ্যালয়ত উপস্থিত থাকিবলৈ আহ্বান জনাইছিল। কিন্তু জিলাই জিলাই পি পি ই কিট্ আৰু ঔষধৰ অভাৱনীয় অভাৱৰ লগতে সামাজিক দূৰত্ব নমনাৰ বাবে বহু জিলাত শিক্ষাগুৰুসকলৰ ক’ভিড পৰীক্ষা বন্ধ কৰি দিব লগা হৈছে। শিৱসাগৰ জিলা উপায়ুক্তই এনে পদক্ষেপ ল’বলৈ বধ্য হয়। গতিকে ১ ছেপ্টেম্বৰৰ পৰা স্কুল খোলা হ’বনে নহয়, তাক লৈ এতিয়াও দোমোজা অব্যাহত আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here