শীতত হাত-ভৰিৰ আঙুলি অনৱৰতে ঠাণ্ডা হৈ থাকে নেকি? Do your fingers and toes always remain cold in winter?

0
1469

শীতৰ সময়ত কিছুমান লোকৰ ক্ষেত্ৰত হোৱা এটা সাধাৰণ সমস্যা হৈছে হাত আৰু ভৰি অত্যন্ত চেঁচা হৈ থকা৷ শৰীৰৰ অন্য অংগ গৰম হ’লেও হাত আৰু ভৰি গৰম হ’বলৈ যথেষ্ট সময় লাগে৷ এনে ক্ষেত্ৰত কাম কৰাত অসুবিধা হোৱাৰ লগতে হাত-ভৰিও অচল হৈ যায়৷ আপোনাৰো যদি এই সমস্যা আছে, তেন্তে লওক এইকেইটা টিপছ৷


(১) সকলোতকৈ সহজ টিপছ হৈছে সৰিয়হৰ তেল আৰু নহৰু৷ এই দুয়োবিধ সামগ্ৰী একেলগে গৰম কৰি হাত-ভৰিত মালিচ কৰিলে আঙুলি সহজে গৰম হয়৷

Garlic-Infused Olive Oil (a how-to) / The Grateful Girl Cooks!


(২) দুয়োখন হাতৰ আঙুলি একেলগে ঘঁহিলে ৰক্ত সৰবৰাহ বৃদ্ধি হয়৷ ফলত ঠাণ্ডা হৈ যোৱা আঙুলিৰ জড়তা আঁতৰি পুনৰ সক্ৰিয় হৈ উঠে৷

Definition Rubbing Your Hands Together - defitioni


(৩) শৰীৰত পানীৰ অভাৱ হ’লেও হাত-ভৰি ঠাণ্ডা হৈ যায়৷ সেয়েহে দেহটোক হাইড্ৰেট কৰি ৰখা অত্যন্ত জৰুৰী৷


(৪) আপোনাৰ যদি হাত-ভৰি ঠাণ্ডা হৈ গৈছে, তেন্তে জাম্পিং জেক্‌ছ এক্সাৰছাইজ কৰক৷

Sample of Jumping Jacks Exercise [4] . | Download Scientific Diagram

LEAVE A REPLY

Please enter your comment!
Please enter your name here