ফ্লৰ’নাৰ প্ৰথমজন ৰোগী চিনাক্ত : ক’ত?

0
854

ইজৰাইলত ফ্লৰ’না ৰোগৰ প্ৰথমজন ৰোগী ধৰা পৰিছে৷ ফ্লৰ’না হৈছে ক’ভিড-১৯ আৰু ইনফ্লুয়েঞ্জাৰ দ্বৈত সংক্ৰমণ৷ আৰব নিউজে এই কথা জনায়৷ ইফালে ইজৰাইলৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ এজেঞ্চিবোৰে দেশখনত ক’ভিড-১৯ৰ চতুৰ্থ পালি ভেক্‌চিন দিবলৈ আৰম্ভ কৰিছে৷ ইজৰাইলত ক’ভিড-১৯ৰ সংক্ৰমণ একেৰাহে বৃদ্ধি পাই আছে৷ দেশখনত ৫০০০ নতুন সংক্ৰমণ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here