পৰ্যাপ্ত মাতৃদুগ্ধ অবিহনে শিশুটিৰ কি হ’ব পাৰে বিপদ?

0
932
মাতৃদুগ্ধ হৈছে এটি শিশুৰ জীৱনৰ প্ৰথম খাদ্য, যাক মৰ্ত্যৰ অমৃতৰ লগত তুলনা কৰিব পাৰি৷ এটি নৱজাত শিশু মাতৃদুগ্ধ অবিহনে সম্পূৰ্ণ পৰিপুষ্ট নহয়৷ কিয়নো, শিশুৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টি মাতৃদুগ্ধত পোৱা যায়৷

[১] মাতৃদুগ্ধৰ পৰা নিৰ্গত হোৱা Colostrum-এ শিশুটিক ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে৷

The Magical Power of Mother's Milk - and it's not just for babies to drink! - Pinky McKay's Beautiful Breastfeeding


[২] এই Colostrum-এ শিশুটিৰ জণ্ডিচ বা কোনো খাদ্যবস্তুৰ পৰা হ’ব পৰা এলাৰ্জিক প্ৰতিৰোধ কৰে৷

Baby Allergic Reaction to Food: Signs and Symptoms


[৩] প্ৰয়োজন অনুপাতে যদি শিশুটিক মাতৃদুগ্ধ পান কৰোৱা নহয়, তেন্তে ভৱিষ্যতে শিশুটিৰ ডায়েবেটিছ, উচ্ছ ৰক্তচাপ, থাইৰয়েডৰ সমস্যা, কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি হ’ব পাৰে৷

Chiropractic's role in helping grow happy healthy children – The Natural Parent Magazine


[8] ছমাহৰ পৰা দুবছৰ বয়সলৈ যদি শিশুটিক মাতৃদুগ্ধ পান কৰোৱা নহয়, তেন্তে তাৰ ফলত শিশুটিৰ যি দৈহিক, মানসিক আৰু মগজুৰ ক্ষতি হয়, সেয়া জীৱনত কেতিয়াও পূৰণ কৰিব পৰা নাযায়৷

Medications, alcohol and cannabis in breastfeeding


[৫] সেয়েহে শিশুটিক প্ৰয়োজন অনুপাতে মাতৃদুগ্ধ পান কৰোৱা উচিত৷ ই শিশুটিক পুষ্টিহীনতাৰ পৰাও সুৰক্ষা প্ৰদান কৰে৷

History of polio in India - Health Issues India


[৬] মাতৃদুগ্ধ পানে শিশুৰ দেহত এণ্টিবডীৰ সৃষ্টি কৰে, যিয়ে প্ৰতিটো বীজাণুৰ আক্ৰমণৰ পৰা শিশুটিক সুৰক্ষা দি থাকে৷

5 New Year's resolutions to keep kids healthy in 2013


[৭] মাতৃদুগ্ধত থকা ফেটি এচিডে শিশুটিৰ আই কিউ [IQ] বিকাশত অৰিহণা যোগায়৷

IQ Test for Kids, Kids IQ Test, Child IQ Testing - FunEducation.com


[৮] মাতৃদুগ্ধত থকা প্ৰ’টিন, কেলচিয়াম, আইৰন, ভিটামিন আদিয়ে এটি শিশুৰ হাড়ৰ সক্ষমতা বৰ্তাই ৰাখে৷

Boost Child's Muscle Bone | Horlicks | Unilever


সেয়েহে নৱজাত শিশুটিক পৰ্যাপ্ত পৰিমাণে মাতৃদুগ্ধ সেৱন কৰিবলৈ দিয়ক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here