এজমা ৰোগীয়ে কি খাব? What remedies should Asthma patients take?

0
1466
এজমা বা হাঁপানি হৈছে হাওঁফাওঁ আৰু শ্বাসনলীৰ একপ্ৰকাৰৰ ৰোগ৷ যাৰ ফলত শ্বাস-প্ৰশ্বাসত কষ্ট হয়৷ ধূলি-বালিৰ ফলত, ধূমপান, জেনেটিক ইত্যাদি কাৰণত এজমা হ’ব পাৰে৷ আজি আমি লৈ আহিছো এজমা ৰোগীৰ বাবে বিশেষ দিহা৷ এই দিহাসমূহ পালন কৰি নিশ্চয় আপোনালোকে সুফল লাভ কৰিব পাৰিব৷

[১] এজমা ৰোগীয়ে দৈনিক এচামুচকৈ মৌ সেৱন কৰা উচিত৷

Honeycomb With Honey Spoon Isolated On White Background Stock Photo, Picture And Royalty Free Image. Image 91200649.


[২] দুচামুচ হালধিৰ ৰস একাপ গাখীৰৰ লগত মিহলাই ৰাতি শোৱাৰ সময়ত সেৱন কৰিব লাগে৷

14 Amazing Health Benefits of Turmeric Milk! - PharmEasy Blog


[৩] সম পৰিমাণৰ শুকান আদা গুড়ি আৰু হালধিৰ গুড়ি মিশ্ৰণ কৰি দৈনিক আধা চামুচ গৰম পানীৰ লগত সেৱন কৰিব লাগে৷

Ginger And Turmeric: Medicinal Kitchen Ingredients You Should Eat Daily- Their Health Benefits Will Leave You Surprised


[৪] বজাৰত উপলব্ধ ছাবনপ্ৰাছ সেৱন কৰিলেও সুফল পাব পাৰি৷

Dabur Chyawanprash ropes in Akshay Kumar as brand ambassador, Marketing & Advertising News, ET BrandEquity


[৫] দুকাপ পানীত কেইটামান তুলসীৰ পাত, জালুকৰ গুড়ি, লং একেলগে উতলাই ঠাণ্ডা হোৱাৰ পাছত এচামুচ মৌৰ লগত সেৱন কৰিব লাগে৷

Black pepper and honey to prevent cough during winter | TheHealthSite.com


[৬] পুৰণা চাউলৰ ভাত, তিতবাহক ফুল আদি এজমা ৰোগীৰ বাবে উত্তম পথ্য৷

Cooked rice - Wikipedia


[৭] শেৱালি ফুল খাৰ দি খাব পাৰে নাইবা আদা, নহৰু দি ভাজি খাব পাৰে৷ শেৱালি পাতৰ ৰস মৌৰে খালেও সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here