জুলাইত শিশুৰ ছিটা নোভাভেক্সৰ পৰীক্ষা

0
1270
দেশৰ ছেৰাম ইন্‌ষ্টিটিউটে লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ ছেৰাম ইন্‌ষ্টিটিউট অব্‌ ইণ্ডিয়াই শিশুৰ বাবে কৰ’না ভাইৰাছৰ ছিটা নোভাভেক্সৰ চিকিৎসাজনিত পৰীক্ষা অহা জুলাই মাহত আৰম্ভ কৰিব৷ প্ৰ’টিন আধাৰিত এই ছিটাবিধে তৃতীয় স্তৰৰ পৰীক্ষাত ৯০ শতাংশ কাৰ্যকৰী হিচাপে কাম কৰিছে৷ উল্লেখ্য যে আমেৰিকাৰ জৈৱ প্ৰযুক্তি কোম্পানী নোভাভেক্স-এ শিশুৰ বাবে ক’ভিড ভেক্‌চিন কোভাভেক্সৰ বাবে ছেৰাম ইনষ্টিটিউটৰ সৈতে চুক্তিবদ্ধ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here