এইকেইটা ৰোগত ৰামবাণস্বৰূপ কুহুমীয়া গৰম পানী|| Tepid warm water is effective against these ailments

0
2267


পানী হৈছে প্ৰাণীৰ প্ৰাণ৷ পানী অবিহনে কোনো জীয়াই থাকিব নোৱাৰে৷ সেয়েহে এজন সুস্থ ব্যক্তিয়ে প্ৰতিদিনে ৪-৫ লিটাৰ পানী খাব লাগে৷ এতিয়া কথা হ’ল আপুনি পানী খালেই নহ’ব, ইয়াৰো কিছুমান নিয়ম আছে যেনে– অতিমাত্ৰা পানী খোৱা উচিত নহয়, ফ্ৰীজৰ পানী খোৱা শৰীৰৰ কাৰণে উপযোগী নহয়, পানী উতলাই কুহুমীয়া কৰিহে খাব লাগে ইত্যাদি৷ আজি আমি কথা পাতিম যে কুহুমীয়া গৰম পানী কিয় সেৱন কৰিব লাগে৷


[১] পানী যেতিয়া ১০০ ডিগ্ৰী চেলচিয়াছত উতলোৱা হয়, তাত থকা বেমাৰ সৃষ্টিকাৰী বেক্টেৰিয়া ৯০ শতাংশ ধবংস হৈ যায়৷ ফলত পানীৰ পৰা হ’ব পৰা বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি৷

Yes, You Can Boil Water at Room Temperature. Here's How | WIRED
Boil water over 100°C to kill bacteria.


[২] দ্বিতীয়তে, মেদবহুলতা, থাইৰয়েডৰ সমস্যা, ডায়েবেটিছ আদি বেমাৰৰ ক্ষেত্ৰত দৈনিক কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷

Studies suggest new path for reversing type-2 diabetes and liver fibrosis | YaleNews
Warm water is the best option for people with diabetes


[৩] কুহুমীয়া গৰম পানীয়ে মেটাবলিজমৰ গতি বৃদ্ধি কৰে৷ ফলত কেলৰি বাৰ্ন হোৱাত সহায়ক হয়৷

Weight Loss: 15 Science-Backed Tips You May Follow To Lose Weight - NDTV Food
Hot water boosts metabolism.


[৪] কুহুমীয়া গৰম পানীৰ সেৱনে মাহেকীয়াত হোৱা পেটৰ বিষ কম কৰে৷ এই সময়ছোৱাত কুহুমীয়া গৰম পানীয়ে পেটৰ মাংসপেশীক আৰাম প্ৰদান কৰে৷

Can someone safely stop period pain forever? Learn more here
Hot water definitely helps with period cramps.


[৫] কোষ্ঠকাঠিন্য, হজমৰ সমস্যা আদি নিৰাময় কৰে কুহুমীয়া গৰম পানীয়ে৷ দৈনিক ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস কৰিলে পেট চাফা কৰি ৰখাত অৰিহণা যোগাব পাৰে৷

Constipation can be cured
Warm water may help relieve constipation.


[৬] নিতৌ কুহুমীয়া গৰম পানীৰ ব্যৱহাৰে শৰীৰত জমা হোৱা টক্সিন বাহিৰ কৰাত সহায় কৰে৷ ফলত আপোনাৰ ছালখন সতেজ আৰু সুন্দৰ হৈ থকাৰ লগতে বাৰ্ধক্যজনিত সমস্যাৰ পৰা হাত সাৰিব পাৰে৷

Anti-Ageing Drugs Market Value at Expected to Reach USD 158.39 Billion by 2025 | CAGR 13.35% | Medgadget
 If you drink warm water daily, your skin will look fresher and younger.


[৭] ৰাতি শোৱাৰ পূৰ্বে কুহুমীয়া গৰম পানী খালে স্নায়ুসমূহে আৰাম পায়৷ ইয়াৰ ফলত ভাল টোপনি অহাত সহায়ক হয়৷

Wake Up to the Importance of Sleep - Article - Community Care Physicians P.C.
Drinking warm water before bed will keep you hydrated through the night and may help the body to rid itself of unwanted toxins.

LEAVE A REPLY

Please enter your comment!
Please enter your name here