আশ্চৰ্য ! বৰষুণ-বানপানীয়ে যোৱা ৩ বছৰত ভাৰতত কিমানৰ প্ৰাণ কাঢ়িলে জানেনে ? Know how many people died in rains-floods in India during the last 3 years?

0
344
প্ৰবল বৰষুণ,বানপানী আদিৰ দৰে জল-বতৰ সম্বন্ধীয় (hydro-meteorological) বিপৰ্যয়ৰ বাবে এই বছৰ মাৰ্চলৈকে, যোৱা তিনি বছৰত ভাৰতত ৬,৮১১জন লোকৰ মৃত্যু হৈছে৷ চৰকাৰে সংসদত দিয়া তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷ ইয়াৰ ভিতৰত শীৰ্ষত আছে পশ্চিম বংগ৷ পশ্চিম বংগত মৃত্যু হৈছে ৯৬৪জনৰ৷ পশ্চিম বংগৰ পাছতে আছে মধ্য প্ৰদেশ৷ মধ্য প্ৰদেশত মৃত্যু হৈছে ৯১৭জনৰ৷ আনহাতে তৃতীয় স্থানত থকা কেৰালাত মৃত্যু হৈছে ৭০৮জনৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here