Health Plus

4369 POSTS0 COMMENTS
http://newshealthplus.com

বৃক্ক দুৰ্বল হ’লে কি কি খাদ্যসমূহ কমাই খাব লাগে

বৃক্ক হৈছে আমাৰ শৰীৰৰ এক প্রধান অংশ৷ দেহৰ অতিৰিক্ত পানী, বিপাক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক জৈৱ আৰু অজৈৱ যৌগবোৰ...

আপোনাৰ সঘনাই পিয়াহ লাগে নেকি?

প্ৰয়োজনতকৈ অধিক একো বস্তুৱে শৰীৰৰ কাৰণে ভাল নহয়৷ লাগিলে সেয়া পানীয়েই নহওক৷ পানীয়েই জীৱনৰ...

এভাৰেষ্টক আৱৰ্জনামুক্ত কৰাৰ সংকল্প: কেনেকৈ?

শিল্পকৰ্মৰ জৰিয়তে এভাৰেষ্টক আৱৰ্জনামুক্ত কৰাৰ লক্ষ্য লৈছে নেপাল চৰকাৰে৷ প্ৰতিবছৰে বিশ্বৰ শীৰ্ষতম শৃংগ মাউণ্ট...

বেডনাৰ গুণাগুণ জানিলে আপুনি আচৰিত হ’ব

খাদ্যপ্ৰাণেৰে ভৰপূৰ বেডনাৰ প্ৰতিটো দানাই গুণেৰে সমৃদ্ধ৷ ইয়াৰ দানাত থকা গুণাগুণৰ কাৰণে খাদ্য তালিকাত...

বীটৰুটত কি কি থাকে আহক চাই লওঁ এবাৰ-

মানৱ শৰীৰৰ বাবে এবিধ উপকাৰী পাচলি হৈছে বিট৷ ইয়াক ছালাড, জুচ, চুপ হিচাপে হিচাপে খোৱা হয়৷ ঔষধি গুণেৰে ভৰপূৰ ঋতুকালীন পাচলি বিট...

শক্তিধৰ ভাতৰ আৰু কি গুণ আছে জানেনে?

আমাৰ প্ৰধান খাদ্য হ’ল ভাত৷ মূলতঃ ভাতে শৰীৰক শক্তিৰ যোগান ধৰাৰ লগতে আন বহুতো...

সাৱধান! ৰাতি টোপনি কম হ’লে হ’ব পাৰে ভয়ংকৰ বিপদ

ৰাতি টোপনি কম হোৱাসকলৰ ডিমেনছিয়াত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে৷ আমি কথাই কথাই কওঁ যে...

টিপ্‌ছ লওক : মহৰ কামোৰৰ পৰা বাচক

গৰমৰ দিনকেইটা সকলো মানুহৰ কাৰণে বৰ অস্বস্তিকৰ হয়৷ ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰি ৰখাৰ ফলত ভিতৰৰ গৰম বায়ু বাহিৰলৈ ওলাই যাব নোৱাৰি আমাৰ...

আলমণ্ড খালে কিধৰণৰ উপকাৰ হয়?

আমাৰ খাদ্য তালিকাত বিভিন্ন ধৰণৰ বাদাম ৰখাটো ভাল৷ এইধৰণৰ বাদামবোৰৰ মাজত শৰীৰৰ বাবে আলমণ্ড...

মাকৈ খোৱাটো কিমান উপকাৰী?

ষ্টাৰ্টাৰ হিচাপে চুইট কৰ্ন বা ক্ৰিচপি চিলি বেবী কৰ্ন সকলোৰে প্ৰিয়৷ মাকৈৰ দ্বাৰা উৎপাদিত...

TOP AUTHORS

Most Read

ফ্ৰোজেন শোল্ডাৰৰ সমস্যা নিৰাময়ৰ বাবে ৰজ্জু কৰ্ষাণাসন কৰক

মন আৰু শৰীৰ উভয়ৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ কাৰণ শৰীৰ আৰু মন উভয়ৰে বাবে যোগাসন অপৰিহাৰ্য আৰু...

নীৰৱ মৃত্যুৰ কাৰক নিমখ আৰু ট্ৰান্সফেট

অস্বাস্থ্যকৰ খাদ্যাভ্যাস বিশেষকৈ মাত্ৰাধিক পৰিমাণে ট্ৰান্সফেট আৰু নিমখ গ্ৰহণৰ কাৰণে জনগণৰ মাজত উচ্চ ৰক্তচাপজনিত বিভিন্ন অসংক্ৰামক ৰোগৰ সম্ভাৱনা তথা মৃত্যুৰ ক্ৰমবৰ্ধমান হাৰ...

এইবোৰ সমস্যাত বাদাম খোৱা উচিত নহয়

সাধাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত বাদামে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শুকান ফলৰ ৰজা হিচাপে বাদামক জনা যায়þ৷ তথাপি আপুনি জানেনে যে বাদাম সকলোৰে বাবে...

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছেনে ?

পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷...