Health Plus

4225 POSTS0 COMMENTS
http://newshealthplus.com

বতা চৰাইৰ কণীত কি গুণ আছে?

জাৰণি বা উলূৱনীৰ মাজত থকা বতা চৰাই এবিধ সৰু আকৃতিৰ...

সপ্তাহত এবাৰ হ’লেও পুৰৈশাক খাওক

স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰে পৰা অসমৰ লোকসমাজত বিভিন্ন প্ৰকাৰৰ শাক-পাচলি, ফল-মূল, গছ-বন আদি ব্যৱহৃত...

সৌন্দৰ্যচৰ্চাত হালধিৰ আৱশ্যকতা কিমান?

এণ্টিবেক্টিৰিয়েল আৰু এণ্টিবায়’টিক গুণৰ বাবে হালধিক ঔষধি গুণবিশিষ্ট দ্ৰব্য বুলি জনা যায়৷ হালধিত প্ৰচুৰ...

শোৱাৰ সময়ত ভৰিৰ তলুৱাত পিঁয়াজ লওক

পিঁয়াজ হৈছে আমাৰ ৰন্ধন প্ৰণালীত বহুলভাৱে ব্যৱহৃত এবিধ মছলা৷ পিঁয়াজ নহ’লে যেন ৰন্ধন প্ৰক্ৰিয়াই...

জলফাই আপুনি নাখায় নেকি? তেনে ভুল নকৰিব

শীতকালত ৰ’দত বহি জলফাই খোৱাৰ সোৱাদেই সুকীয়া৷ জলফাই এবিধ গ্ৰীষ্মকালীন...

দেহত বয়সৰ চাপ নপৰাৰ কিটিপ

মানৱ শৰীৰৰ বাবে এবিধ উপকাৰী পাচলি হৈছে বিট৷ ই সাধাৰণতে শীত কালত হয়৷ বিটৰ...

ধনিয়াৰ চমৎকাৰিতা

আমাৰ খাদ্য তালিকাত ব্যৱহৃত বনশাকসমূহৰ ভিতৰত ধনিয়া অন্যতম৷ ধনিয়া সাধাৰণতে শীতকালত হোৱা এবিধ শাক৷...

অকালতে চুলি পকা কিদৰে ৰুধিব?

বৃদ্ধাৱস্থাত চুলি পকাটো কোনো নতুন কথা নহয়, কিন্তু অকালতে চুলি পকাৰ সমস্যাই যুৱ প্ৰজন্মৰ...

কভিড ভেক্‌চিনৰ ড’জ ক্ৰয়ৰ শীৰ্ষত কোন?

বিশ্বৰ ভিতৰতে ভাৰতে সৰ্বাধিক পৰিমাণৰ কভিড ভেক্‌চিন আগতীয়াকৈ কিনিছে৷ ভাৰতে ১৬০ কোটি ড’জ কিনিছে...

অতিৰিক্ত চেনি খোৱাটো ধূমপানৰ সমান

আমি সকলোৱে জানো ধূমপান আমাৰ শৰীৰৰ বাবে অত্যন্ত অনিষ্টকাৰী৷ কিন্তু আপুনি জানি আচৰিত হ’ব...

TOP AUTHORS

Most Read

হৰমনৰ সন্তুলন বৰ্তাই ৰাখিবলৈ উত্থানপদাসন কৰক

শৰীৰ আৰু মনৰ স্বাস্থ্যৰ বাবে যোগব্যায়ামৰ বিকল্প আন একো নাই৷ মনত ৰাখিব যোগাসনেহে আপোনাৰ সু্‌স্বাস্থ্য অটুট ৰাখিব পাৰে৷ আনহাতে যোগাসন কৰিবলৈ হ’লে...

অকল হাঁওফাঁওৰে নহয়, মগজুৰো ক্ষতি কৰে ধূমপানে

ধূমপানে কেৱল হৎপিণ্ড আৰু হাওঁফাওঁৰে ক্ষতি নকৰে, মানুহৰ মগজুৰো ক্ষতি কৰে৷ শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ বায়’লজিকেল...

চেলিব্ৰিটিসকলে খোৱা ক’লা পানীৰ ৰহস্য জানেনে?

বলিউডৰ তাৰকাসকলৰ হাতত প্ৰায়ে এটা ক’লা পানীৰ বটল আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে৷ পিছে কি এই ক’লা পানীৰ ৰহস্য৷ আচলতে এই ক’লা পানী...

দেহত থাকে ছায়ানাইডৰ দৰে বিষ থকা পৃথিৱীৰ বিষাক্ত মাছবিধ

আমাৰ সকলোৰে বাবে মাছ এবিধ উত্তম তথা সুস্বাদু খাদ্য৷ বহু এনে লোকে আছে, যিসকলে মাছ অবিহনে এসাঁজো খাব নোৱাৰে৷ অৰ্থাৎ মাছ বিনে...