হাড় কমজোৰ হ’লে কি খাব?

0
1130
এটা বয়সত আমাৰ সকলোৰে গাঁঠিৰ বিষ, হাড়ৰ বিষ আদিয়ে যিকোনো সময়তে দেখা দিয়া আৰম্ভ কৰে৷ অষ্টিঅ’পৰোছিছ এনে এটা সমস্যা, য’ত আমাৰ হাড়বোৰ কমজোৰ আৰু ঠুনুকা হয়৷ যাৰ ফলত হাড় ক্ষয় যোৱাৰ পৰিণাম ভোগ কৰিবলগীয়া হয়৷ সেয়েহে এনে সমস্যাত কি খাব লাগে, জানো আহক৷

(১) গাখীৰ, দৈ, চিজ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়, যিয়ে হাড় মজবুত কৰাত যথেষ্ট সহায় কৰে৷

Dairy products associated with higher risk of prostate cancer: study


(২) Strawberryত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ফ্ৰী ৰেডিকেলৰ সৈতে যুদ্ধ কৰি হাড় ক্ষয় যোৱাৰ পৰা ৰক্ষা কৰে৷ ইয়াৰ উপৰি ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, মেংগানিজ, পটাচিয়াম, ভিটামিন-K আৰু ভিটামিন-C পোৱা যায়, যিয়ে নতুন হাড় গঠন হোৱাত সহায় কৰে৷

Strong Bones High Calcium Smoothie - All Nutribullet Recipes


(৩)
বাদামত থকা কেলচিয়াম, মেগনেচিয়াম আৰু খনিজ পদাৰ্থ হাড় মজবুত কৰাত যথেষ্ট উপকাৰী৷

Nuts and Seeds: Nutrition, Health Benefits, Side Effects


(8) হাড় মজবুত কৰাৰ বাবে
ছাগলীৰ ঠেঙৰ চুপ এক উত্তম পথ্য৷

Healthy Mutton Soup Recipe for Babies


(৫)
আনাৰস ভিটামিন-A আৰু কেলচিয়ামৰ ভাল উৎস৷ যি মজবুত হাড়ৰ বাবে অতিকে ভাল উপাদান৷

Pineapples help digest food and build strong bones. | Pineapple, Food, Strong bones
Pineapple is an excellent source of vitamin C, which is important for supporting bone health and may reduce your risk of osteoporosis.


সেয়েহে হাড় মজবুত কৰি ৰাখিবলৈ আপোনাৰ খাদ্যৰ তালিকাত এনেবোৰ খাদ্য অন্তৰ্ভুক্ত কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here