Health Plus
4938 POSTS0 COMMENTS
http://newshealthplus.comভাত নে ৰুটী? কোনবিধ খাব ! উত্তৰত কি কয় বিশেষজ্ঞই ?
Health Plus - 0
শাৰীৰিক বিভিন্ন অসুবিধা আহিলে চিকিৎসক, পুষ্টিবিদে ভাতৰ সলনি ৰুটী খাবলৈ পৰামৰ্শ দিয়ে৷ আচলতে ভাতৰ সলনি ৰুটী খালে কি লাভালাভ হয়৷ কিয়নো দুয়োটাইতো...
হাৰ্ট এটেকৰ আগে আগেএইবোৰ সমস্যাই দেখা দিব পাৰে
Health Plus - 0
সমগ্ৰ বিশ্বতে বৰ্তমান সময়ত হৃদৰোগত আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ পৰ্যাপ্ত পৰিমাণে তেজ আৰু অক্সিজেন হৃদপিণ্ডলৈ সৰবৰাহ নোহোৱাৰ বাবে এই ৰোগৰ সন্মুখীন...
লং : বহু ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধৰ ঢাল
Health Plus - 0
আমাৰ চাৰিওফালে এনে কিছুমান খাদ্য পোৱা যায়, যিয়ে শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷ এইবোৰৰ ভিতৰত হাততে পোৱা লং স্বাস্থ্য ৰক্ষাৰ বাবে উপযোগী এবিধ...
বসন্তৰ আকাশত দৃশ্যমানহ’ল এক বিৰলতম দৃশ্য
Health Plus - 0
বসন্তৰ আকাশত এক বিৰলতম দৃশ্য দেখিবলৈ পোৱা গৈছে৷ এক মহাজাগতিক পৰিকাঠামো বুধ আৰু শুক্ৰ গ্ৰহ তথা উপগ্ৰহ ছাদত ঘটিছে৷ মহাকাশত এটা ত্ৰিভুজৰ...
জানেনে? মানৱ দেহত এবিধ অংগ : যি কংক্ৰিটতকৈও কঠিন !
Health Plus - 0
কংক্ৰিট যথেষ্ট কঠিন৷ ইয়াক ভঙাটো সহজ নহয়৷ কথাতে কয় নহয় কংক্ৰিটৰ দৰে শক্তি৷ গতিকে কংক্ৰিট ভেদ কৰা মুখৰ কথা হ’ব নোৱাৰে৷ অথচ...
অসমৰ বৰথেকেৰা হৃদৰোগ প্ৰতিৰোধীসদৰী কৰিলে বিজ্ঞানীয়ে
Health Plus - 0
আধুনিক বিশ্বত মানুহৰ জীৱনশৈলীৰ পৰিৱৰ্তন তথা খাদ্যাভ্যাসৰ বাবে হৃদৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ মাৰাত্মক ঘাতকৰূপে দেখা দিয়া এই হৃদৰোগে সমগ্ৰ বিশ্বত বছৰি...
বিজ্ঞানীয়ে ক’ত আৱিষ্কাৰকৰিলে হায়ল’চিটাৰ্ছ টল্কিনী
Health Plus - 0
জীৱ বিজ্ঞানীৰ দল এটাই ইকুৱেডৰৰ হাবিত ষ্টীম ফগৰ এটা নতুন প্ৰজাতিৰ ভেকুলী আৱিষ্কাৰ কৰিছে৷ এই ভেকুলীটোৰ চকুকেইটা পাতল হালধীয়া ৰঙৰ আৰু ভৰিৰ...
পৃথিৱীৰ অন্তঃস্থলৰ গঠন সম্পৰ্কে কি কয় বিজ্ঞানীয়ে ?
Health Plus - 0
মানুহে মহাশূন্যত যেনেকৈ খোজ পেলাইছে, মাটিৰ তল অৰ্থাৎ ভূপৃষ্ঠত তলৰ বিষয়ে ধাৰণা তথা তথ্য আহৰণৰ বাবে পিছ পৰি...
দেশৰ ভিতৰত কল উৎপাদনত অসমৰ স্থান কিমান জানেনে ?
Health Plus - 0
কল আমাৰ সকলোৰে প্ৰিয় এবিধ ফল৷ আমাৰ ৰাজ্য অসমত প্ৰতি ঘৰ মানুহৰে বাৰীত এজোপা হ’লেও কলগছ থকাটো এটা নিয়মৰ দৰে৷ সুখবৰ খবৰ...
উত্তৰ-পূবৰ সৰ্ববৃহৎ প্ৰথমটোজৈৱ গেছ প্ৰকল্পৰ আধাৰশিলা স্থাপন
Health Plus - 0
গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমটো তথা সৰ্ববৃহৎ জৈৱ গেছ প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বশৰ্মাই স্থাপন কৰে৷ অইল ইণ্ডিয়া...
Most Read
মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব
জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...
মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা
মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...
গৰম পানীৰ সৈতে মৌ সেৱন কৰাটো উচিতনে?
স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে...
মদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়
মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ...