Health Plus

4938 POSTS0 COMMENTS
http://newshealthplus.com

অত্যধিক মানসিক চাপ হৈছে নেকি?তেন্তে এইবোৰ খাব পাৰে

বিভিন্ন কাৰণত মাজে-সময়ে আমাৰ মন বেয়া লাগি থাকে৷ অফিচ-কাছাৰীৰ কাম, ঘৰুৱা বা পঢ়া-শুনা, পাৰিবাৰিক সমস্যা আদিয়ে মনটোক জুমুৰি দি ধৰে৷ এইদৰে মানসিক...

এইবোৰ ডায়েট মানি চলকছালখন চিৰ নতুন হৈ থাকিব

আমি মুখখনৰ সৌন্দৰ্য তথা ইয়াৰ সাৱলীল গঠন একে থকাটো সকলোৱে বিচাৰোঁ৷ কিন্তু বয়স বঢ়াৰ লগে লগে মুখৰ ছালৰো পৰিৱৰ্তন হয়, মুখ শোতোৰা...

মঙলপৃষ্ঠৰ তলত নতুন স্তৰৰ সন্ধান লাভ !

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই অলপতে এইবুলি দাবী কৰিছিল যে চীনৰ জুৰোং ৰভাৰ যোৱা আঠ মাহে মঙলপৃষ্ঠৰ উপৰিভাগত একেখিনি ঠাইতে ৰৈ আছে৷ শেহতীয়াকৈ...

এইবোৰ প্ৰাকৃতিক উপায়েৰে নিয়ন্ত্ৰণকৰিব পাৰে ইউৰিক এচিডৰ সমস্যা

খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ কাৰণে শৰীৰত ইউৰিক এচিডৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ খাদ্যৰ জৰিয়তে উৎপন্ন হোৱা ইউৰিক এচিড তেডত মিহলি হৈ কিডনীলৈ পঠিয়াই দিয়ে৷...

মহাকাশত বিৰল ঘটনা শুক্ৰ আৰু বৃহস্পতি একেবাৰে ওচৰত!

মহাকাশত ঘটি থকা ঘটনা-পৰিঘটনাবোৰে বিজ্ঞানীসকলৰ লগতে সাধাৰণ লোককো আকৰ্ষণ কৰে৷ মহাকাশত তেনে এক বিৰল মহাজাগতিক ঘটনা দেখিবলৈ পোৱা গ’ল এক মাৰ্চত৷ সেইদিনা...

গৱেষণাত প্ৰকাশ : আদবয়সীয়া মানুহ অধিক সক্ৰিয়

আদবয়সীয়া মানুহৰ এতিয়া চিন্তা-ধাৰণা সলনি হৈছে৷ এনে বয়সৰ মানুহে এতিয়া স্থায়িত্ব আৰু আৰামদায়ক জীৱন-যাপন কটোৱাৰ হাবিয়াস কৰিবলৈ...

মহাকাশত বিজ্ঞানীৰ দুৰ্লভতাৰকাৰাজ্যৰ সন্ধান লাভ

জ্যোতিৰ্বিদসকলে মহাকাশত এখন দুৰ্লভ তাৰকাৰাজ্যৰ সন্ধান লাভ কৰিছে৷ এই তাৰকাৰাজ্যত তিনিটা বিশাল কৃষ্ণ গহ্বৰো আছে৷ এই তাৰকাৰাজ্য বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰতে সৰ্ববৃহৎ হ’ব বুলি...

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

TOP AUTHORS

Most Read

মানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’ব

জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও...

মূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসা

মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷...

গৰম পানীৰ সৈতে মৌ সেৱন কৰাটো উচিতনে?

স্বাস্থ্য ৰক্ষাৰ বাবে মৌ অত্যন্ত উপকাৰী৷ মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়েহে স্বাস্থ্যৰ উপকাৰৰ বাবে মৌ বিভিন্ন প্ৰকাৰে...

মদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়

মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ...