মহিলাৰ শাৰীৰিক স্পৃহা কিমান বছৰপৰ্যন্ত থাকে

0
46


বিবাহিত জীৱনত দম্পতীৰ মাজত ঘনিষ্ঠতা বঢ়াৰ অন্যতম এটা মাধ্যম হৈছে সম্পৰ্ক৷ প্ৰত্যেকজন মানুহৰে শাৰীৰিক চাহিদা থাকে৷ এই ক্ষেত্ৰত প্ৰশ্ন উঠিব পাৰে যে নাৰী দেহৰ চাহিদা তথা নাৰীৰ শাৰীৰিক স্পৃহা কিমান বছৰলৈ থাকে৷ আচলতে নাৰীয়েই হওক বা পুৰুষ প্ৰত্যেকৰে ক্ষেত্ৰত সকলো সময়তে অতিৰঞ্জিত বোলা কথা থাকে৷ এই ক্ষেত্ৰত মানুহৰ মতামতো ভিন্ন৷ শাৰীৰিক ক্ষেত্ৰত কেতিয়াবা এনেকৈও শুনা যায় যে নাৰী দেহৰ আকাংক্ষা পুৰুষতকৈ বহুগুণে বেছি৷ ইতিহাসৰ সেই আদিম যুগৰ পৰাই প্ৰচলিত হৈ আছে এই ধাৰা আৰু এইপৰ্যন্ত বিশ্বব্যাপী চলি আছে সুস্থ তথা স্বাভাৱিক শাৰীৰিক চাহিদা৷ অৱশ্যে এটা কথালৈ মন দিয়া দৰকাৰ যে সকলো সময়ত স্বেচ্ছাই মিলন সংঘটিত হোৱা আৱশ্যক৷ ইয়াৰ অন্যথা সেয়া সুস্থ সম্পৰ্ক হৈ নাথাকে৷ ইচ্ছাৰ বিৰুদ্ধে কোনো নাৰীয়ে কোনো পুৰুষকে সংগী তথা পুৰুষেও কোনো নাৰীৰ সৈতে লিপ্ত হ’ব নোৱাৰে৷ আনহাতে ইয়াৰ স্বাভাৱিক বাসনা বা আগ্ৰহ কেতিয়াও সম্ভৱ নহয়৷ কোনো কোনো নাৰী বা পুৰুষে সুস্থ পক্ষপাতি তথা প্ৰয়োজন মাফিক পচন্দ কৰে৷ আৰু কোনো নাৰী বা পুৰুষ শাৰীৰিক ৰিলেশ্যন খুব কম মাত্ৰাত পচন্দ কৰে৷ এই ক্ষেত্ৰত বিশেষকৈ নাৰী-পুৰুষৰ ব্যাপক উৎসাহ তথা আগ্ৰহ যদি নাথাকে, তেন্তে চৰম পুলক কেতিয়াও নাহে৷ আনহাতে নাৰী দেহৰ চাহিদা বা স্পৃহা পুৰুষৰ চাৰিভাগৰ এভাগ৷ কিশোৰ বা টিনেজাৰ নাৰী দেহৰ ইচ্ছা সকলোতকৈ বেছি৷ ১৮ বছৰৰ পৰা নাৰী দেহৰ চাহিদা কমি থাকে৷ আনহাতে ৩০ বছৰৰ পাছত নাৰীৰ শাৰীৰিক স্পৃহা বা চাহিদা যথেষ্ট পৰিমাণে কমিবলৈ লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here