নাকৰ পৰা ওলোৱা তেজ কেনেকৈ বন্ধ কৰিব?

0
1252
আমি সকলোৱে জীৱনত এবাৰ হ’লেও নাকৰ পৰা তেজ ওলোৱা সমস্যাত পৰিছোঁ৷ হয় ক’ৰবাত আঘাত পায়, নাইবা চাইনাছৰ সমস্যাত৷ বিশেষকৈ গৰমৰ দিনত শৰীৰত অধিক গৰম প্ৰৱেশ কৰাৰ ফলতো নাকেৰে তেজ ওলাব পাৰে৷ এনে ক্ষেত্ৰত কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি আমি নাকৰ পৰা তেজ ওলোৱা বন্ধ কৰিব পাৰোঁ৷

[১] নাকত বৰফ লগাই নাকৰ পৰা ওলোৱা তেজ বন্ধ কৰিব পাৰোঁ৷ বৰফৰ ঠাণ্ডাই শৰীৰত তেজৰ কোহা বন্ধা আৰম্ভ কৰে৷ যাৰ ফলত তেজ ওলোৱা বন্ধ হয়৷ ইয়াৰ বাবে এখন কোমল টাৱেলত কেইটামান বৰফৰ টুকুৰা লৈ পাঁচ মিনিটমান নাকৰ ওপৰত লাহে লাহে অনা-নিয়া কৰিব লাগে৷

[২] নাকৰ পৰা তেজ ওলোৱা বন্ধ কৰিবলৈ এচামুচ Apple Cider Vinegar কপাহত তিয়াই লৈ দহ মিনিটমান যিটো নাকেৰে তেজ ওলাইছে, তাত লগাব লাগে৷

10 home remedies to stop nose bleeding instantly | The Times of India


[৩] পিঁয়াজৰ ৰসত কপাহ তিয়াই লৈ পাঁচ মিনিটমান তেজ ওলোৱা নাকৰ বিন্ধাটোত দিলেও সুফল পোৱা যায়৷
[8] গৰম পানীত কেইটামান Nettle leaf উতলাই লৈ তাত কপাহ তিয়াই নাকৰ বিন্ধাত দিলেও তেজ ওলোৱা বন্ধ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here