উত্তৰ কোৰিয়াৰ সৰ্ব্বোচ্চ শাসক কিম জং উন কোমাত ?

0
2213

২৯ অাগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ উত্তৰ কোৰিয়াৰ সৰ্ব্বোচ্চ শাসক কিম জং উন সম্প্ৰতি কোমাত থকা বুলি এটা বাতৰি ওলাইছিল। কিমৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী তেওঁৰ ভগ্নী হ’ব বুলিও বাতৰি ওলাইছিল।  কিন্তু এই বাতৰি ভুল প্ৰমাণিত কৰিলে উনে। শুকুৰবাৰে কিমে এক উপকূলীয় অঞ্চল পৰিভ্ৰমণ কৰি থকা অবস্থাৰ এখন আলোকচিত্ৰ উত্তৰ কোৰিয়া চৰকাৰে প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here