আয়ুৰ্বেদৰ মতে এইদৰে খাওক কফি || Drink coffee the ayurvedic way

0
796
চাহৰ দৰে কফিও পৃথিৱীৰ সকলো ঠাইতে বহুলভাৱে জনপ্ৰিয়৷ ইমিউনিটি বৃদ্ধিৰ পৰা মূৰৰ বিষলৈ বিভিন্ন সমস্যাৰ উপায় দিব পাৰে কফিয়ে৷ অৱশ্যে কফি অধিক খোৱাও উচিত নহয়৷ প্ৰয়োজনতকৈ অধিক কফি খালে গেছ, বুকু জ্বলা-পোৰা কৰা, অনিদ্ৰা আদি হ’ব পাৰে৷ সেয়েহে আয়ুৰ্বেদিকসকলে কফি খোৱাৰ কিছুমান সঠিক নিয়ম বা পদ্ধতিৰ বিষয়ে জানিবলৈ দিছে৷

(১) কফি পেকেট গাখীৰৰ লগত খোৱাৰ পৰিৱৰ্তে গৰুৰ গাখীৰ নাইবা শস্যৰ দ্বাৰা প্ৰস্তুত গাখীৰৰ লগত খোৱাৰ পৰামৰ্শ আগবঢ়াইছে আয়ুৰ্বেদিকসকলে৷


(২) কফি খালে প্ৰায়ে গেছ হোৱা দেখা যায়৷ কিন্তু আয়ুৰ্বেদৰ মতে কফিক ঘিউৰ লগত খালে এচিডিটি, বুকু জ্বলা-পোৰা কৰা আদি নিৰাময় হয়৷ অন্য বাটাৰৰ তুলনাত ঘিউ সহজে হজম হয়৷

Reason why people are adding ghee to their cup of coffee | The Times of India


(৩) নাইবা কফি সহজে হজম হ’বলৈ কফিৰ লগত শুকান মছলা যেনে– আদা, ইলাচি, ডালচেনিৰ সৈতে খাব লাগে৷

Spiced Coffee Recipe - NDTV Food


(৪) কফি কেতিয়াও খালী পেটত খোৱাটো উচিত নহয়৷ সদায় কফি খোৱাৰ আগতে পেট ভৰাই খাদ্য খোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here