পৃথিৱীৰ নীলা আকাশখনত খালী চকুৰে প্ৰত্যক্ষ কৰিব পাৰিব এক মহাজাগতিক পৰিঘটনা৷ সম্প্ৰতি এটা নতুন ধূমকেতু ফেব্ৰুৱাৰী মাহত পৃথিৱীৰ নিচেই কাষেৰে পাৰ হ’ব৷ এই ধূমকেতুটো বিগত ৫০ হাজাৰ বছৰৰ পাছত দেখা যাব৷ গত ৫০ হাজাৰ বছৰে ধূমকেতুটো দেখা পোৱা নগৈছিল৷ পৃথিৱীৰ কিছু ঠাইত অহা সপ্তাহৰ ভিতৰত ৰাতিৰ আকাশত খালী চকুৰে এই ধূমকেতুটো দেখা পোৱা যাব৷ মহাকাশ গৱেষণা সংস্থা নাছাই জনাইছে যে জ্যোতিৰ্বিজ্ঞানীয়ে এই ধূমকেতুটো বিগত মাৰ্চ মাহত জুইকি ট্ৰেনজিয়েণ্ট ফেচিলিটিত ৱাইভ ফিল্ড ছাৰ্ভে কেমেৰাৰ মাধ্যমেৰে দেখা পাইছিল৷ ইয়াৰ নাম দিয়া হৈছিল চি/২০২২ ই৩ [ZTF]৷ সেই সময়ত ই বৃহস্পতিৰ কক্ষপথত আছিল আৰু ইয়াৰ পৰাই ইয়াৰ উজ্জ্বলতা বৃদ্ধি পাইছে৷
৫০ হাজাৰ বছৰৰ পাছত খালী চকুৰেদেখা যাব এক মহাজাগতিক ঘটনা
By Health Plus
38
Previous articleকি আটাৰ ৰুটী খালে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত থাকিব ?
RELATED ARTICLES
চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু
Health Plus - 0
ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...
বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?
Health Plus - 0
দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...
জনসংখ্যা বৃদ্ধিৰ পদক্ষেপ : অবিবাহিত হৈও জন্ম দিব পাৰিব সন্তান ! ক’ত?
Health Plus - 0
জনসংখ্যাৰ বৃদ্ধিৰ হাৰ পৃথিৱীয়ে সহিব নোৱৰাৰ সময়তে বিভিন্ন দেশে কিদৰে জনসংখ্যা ৰোধ কৰিব পাৰি তাৰ জনসংখ্যা ৰোধৰ ফলপ্ৰসূ আঁচনি ৰূপায়ণৰ চিন্তা-চৰ্চা অব্যাহত...
Most Popular
শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব
আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...