Home Daily news ২০২১ চনত দেশত দুৰ্ঘটনাত কিমানৰ প্ৰাণহানি হৈছে জানেনে ?

২০২১ চনত দেশত দুৰ্ঘটনাত কিমানৰ প্ৰাণহানি হৈছে জানেনে ?

২০২১ চনত দেশখনত যান-বাহনৰ প্ৰায় ৪.২২ লাখ দুৰ্ঘটনাত [ট্ৰেফিক এক্সিডেণ্ট] ১.৭৩ লাখ লোকৰ মৃত্যু হয়৷ আটাইতকৈ বেছি লোকৰ মৃত্যু হয় উত্তৰ প্ৰদেশত ২৪,৭১১ আৰু তামিলনাডুত ১৬,৬৮৫ গৰাকী৷ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ চমুকৈ এন চি আৰ বি-ৰ শেহতীয়া প্ৰতিবেদন মতে, দেশখনত যান-বাহনৰ দুৰ্ঘটনা ২০২০ চনত আছিল ৩,৬৮,৮২৮টা৷ ২০২১ চনত ৪,২২,৬৫৯ টালৈ বৃদ্ধি পায়৷ দুৰ্ঘটনাবোৰৰ ভিতৰত ৪ লাখ ৩ হাজাৰ ১১৬টা ৰে’ল দুৰ্ঘটনা, ১৭,৯৯৩টা ৰে’ল দুৰ্ঘটনা আৰু ১,৫৫০ টা ৰে’লৱে ক্ৰছিং দুৰ্ঘটনা৷

Most Popular

পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা

ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...

শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব

আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...

চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু

ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...

বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?

দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...