Home Health Naturally সৌন্দৰ্যচৰ্চাত চন্দনকিদৰে ব্যৱহাৰ কৰিব ?

সৌন্দৰ্যচৰ্চাত চন্দনকিদৰে ব্যৱহাৰ কৰিব ?

আপোনাৰ ছালখন বগা কৰি ৰাখিব বিচাৰে নেকি? তেনেহ’লে ব্যৱহাৰ কৰক চন্দন । প্ৰখৰ ৰ’দত ছাল ক’লা পৰা বা মুখৰ ক’লা দাগ আঁতৰোৱাত সহায় কৰে চন্দনে ।
চন্দন ভাৰতীয় জনপ্রিয় নাম । চন্দনৰ আছে বহু উপকাৰী বা বৈষধী গুণ।  চন্দনে ছালৰ উজ্জ্বলতা বঢ়োৱাৰ লগতে সুন্দৰ আৰু সতেজ কৰি ৰাখে । চন্দনৰ পাউডাৰৰ লগত নেমু, চেনি , এলোভেৰা, গ্লিচাৰিন মিহলাই লগালে ছালখন সুন্দৰ সতেজ হৈ থাকে । বিভিন্ন ৰোগতো ইয়াক ঔষধ হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় । ঘা, ফোঁহা, শুকোৱা আদিত তিল তেলৰ সৈতে চন্দনৰ গুৰি নাইবা তেল সমজোখত মিহলাই আক্রান্ত অংশত লগালে ঘা শুকায়, ফোঁহা ভাল হয় ৷
জ্বৰত ভুগিলে চন্দনৰ গুড়ি দুই–তিনি চামুচ পানীৰ সৈতে মিহলাই দিনত দুই–তিনিবাৰ সেৱন কৰিলে জ্বৰ ভাল হয় ৷ছালৰ সমস্যাত ভুগিলে চন্দনৰ গুড়ি ১৫–২০ গ্রাম জোখত পানীৰ লগত মিহলাই আঠাসদৃশ বনাই আক্রান্ত অংশত লগালে ছালৰ সকলো সমস্যা আঁতৰ হয়৷ ইয়াৰ লগতে উক্ত মিশ্রণত এক কাপ জোখত পানী মিহলাই দিনত ২–৩ বাৰ সেৱন কৰিব লাগে ৷ প্রস্রাৱৰ জ্বলন-পোৰণ বা ৰক্তক্ষৰণ হ’লে বাকলি থেতেলি বা বাকলিৰ পৰা প্রস্তুত কৰা গুড়ি পানীৰ সৈতে মিহলাই সেৱন কৰিলে এই ৰোগ আৰোগ্য হয় ৷

সৌন্দৰ্যচৰ্চাত চন্দন
কিদৰে ব্যৱহাৰ কৰিব ?

Most Popular

শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব

আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...

চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু

ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...

বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?

দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...

জনসংখ্যা বৃদ্ধিৰ পদক্ষেপ : অবিবাহিত হৈও জন্ম দিব পাৰিব সন্তান ! ক’ত?

জনসংখ্যাৰ বৃদ্ধিৰ হাৰ পৃথিৱীয়ে সহিব নোৱৰাৰ সময়তে বিভিন্ন দেশে কিদৰে জনসংখ্যা ৰোধ কৰিব পাৰি তাৰ জনসংখ্যা ৰোধৰ ফলপ্ৰসূ আঁচনি ৰূপায়ণৰ চিন্তা-চৰ্চা অব্যাহত...