Home Daily news সাৱধান ! পৰিৱেশ-অনুকূল ফট্‌কাহে ফুটাব পাৰিব (Beware, use only eco-friendly fireworks)

সাৱধান ! পৰিৱেশ-অনুকূল ফট্‌কাহে ফুটাব পাৰিব (Beware, use only eco-friendly fireworks)

    দেৱালীৰ প্ৰাকমুহূৰ্তত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ৰাজ্যখনত গ্ৰীন ফট্‌কাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ফুটোৱা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰি উৎসৱৰ বতৰত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দিয়া এই নিৰ্দেশ পৰৱৰ্তী অধিসূচনা জাৰি নকৰালৈকে বাহাল থাকিব৷ 
8 Ways You Can Make This Diwali Special For Others

আনহাতে দীপাৱলীৰ কেইদিন দুঘণ্টাৰ বাবে গ্ৰীন ফট্‌কা, অৰ্থাৎ তুলনামূলকভাৱে পৰিৱেশ-অনুকূল ফট্‌কা ফুটাবলৈ অনুমতি দিয়া হৈছে৷ ইফালে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক আতচবাজী যোগান বন্ধ কৰিবলৈ ব্যৱস্থা হাতত ল’বলৈও কোৱা হৈছে৷ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগে ৰাজ্যখনৰ সকলো জিলা উপায়ুক্ত আৰু আৰক্ষী অঝীক্ষকসকলক উক্ত নিৰ্দেশনাসমূহ যৎপৰোনাস্তি হিচাপে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে৷ ইয়াৰ অন্যথা এই নিৰ্দেশ কোনোবাই ভংগ কৰিলে বা অবৈধভাৱে ফটকা মজুত কৰি ৰখা, বিক্ৰী কৰে তেনে লোকক আটক কৰিবলৈ বিভাগে নিৰ্দেশ দিছে৷

very useful website

5.0 rating
November 6, 2021

For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.

https://dibakarbordoloi.in

Strong information on health

5.0 rating
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

আপুনি জানেনে? ছাল-চুলিৰ বাবেও উপকাৰী গুৰ || Do you know that Jaggery can be of use for your skin and hair?

গুৰ আমাৰ শৰীৰৰ বাবে উপকাৰী৷ গুৰৰ দ্বাৰা পিঠা-পনা, সন্দেশ, ৰসগোল্লা আদি বনোৱা হয়৷ কেতিয়াবা মুৰি অথবা ৰুটীৰ সৈতে গুৰৰ জুতিও লোৱা হয়৷...

শীতত হাত-ভৰিৰ আঙুলি অনৱৰতে ঠাণ্ডা হৈ থাকে নেকি? Do your fingers and toes always remain cold in winter?

শীতৰ সময়ত কিছুমান লোকৰ ক্ষেত্ৰত হোৱা এটা সাধাৰণ সমস্যা হৈছে হাত আৰু ভৰি অত্যন্ত চেঁচা...

আজি বছৰটোৰ অন্তিমটো সূৰ্য গ্ৰহণ

২০২১ বৰ্ষৰ আজি অন্তিমটো সূৰ্য গ্ৰহণ৷ কিছু সময়ৰ পাছতে হ’ব বছৰটোৰ অন্তিমটো সূৰ্যগ্ৰহণ৷ এই সূৰ্যগ্ৰহণৰ সাক্ষী হৈ ৰ’ব বিশ্ববাসী৷ ভাৰতীয় সময়মতে সূৰ্যগ্ৰহণ...

নৱবৰ্ষৰ আৰম্ভতে নতুন ভেৰিয়েণ্টৰ বাবে মডাৰ্নাৰ ভেক্‌চিন || Moderna’s vaccine for new variant by beginning of the new year

মডাৰ্না কোম্পানীৰ মুখ্য স্বাস্থ্য বিষয়া প’ল বাৰ্টনে কয় যে তেওঁৰ সন্দেহ নতুন অমিক্ৰন ভেৰিয়েণ্টে বৰ্তমানৰ ভেক্‌চিনবোৰক...

Recent Comments