Home Daily news লিটাৰত ২ টকাকৈ বৃদ্ধি আমুল, মাদাৰ ডেইৰীৰ গাখীৰৰ মূল্য

লিটাৰত ২ টকাকৈ বৃদ্ধি আমুল, মাদাৰ ডেইৰীৰ গাখীৰৰ মূল্য

আমুল আৰু মাদাৰ ডেইৰীয়ে গাখীৰৰ দাম প্ৰতি লিটাৰত দুটকাকৈ বৃদ্ধি কৰিছে৷ এই বছৰ উক্ত দুটা কোম্পানীয়ে কৰা এয়া দ্বিতীয় দাম বৃৃদ্ধি৷ ১৭ আগষ্টৰ পৰা এই নতুন দাম বলৱৎ হ’ব৷ এতিয়া ৫০০ মিলিলিটাৰ আমুল গ’ল্ডৰ দাম হ’ব ৩১ টকা, ৫০০ মিলিলিটাৰ আমুল তাজাৰ দাম হ’ব ২৫ টকা আৰু ৫০০ মিলিলিটাৰ আমুল শক্তিৰ দাম ২৮ টকা নিৰ্ধাৰণ কৰিছে৷

Most Popular

চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু

ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...

বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?

দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...

জনসংখ্যা বৃদ্ধিৰ পদক্ষেপ : অবিবাহিত হৈও জন্ম দিব পাৰিব সন্তান ! ক’ত?

জনসংখ্যাৰ বৃদ্ধিৰ হাৰ পৃথিৱীয়ে সহিব নোৱৰাৰ সময়তে বিভিন্ন দেশে কিদৰে জনসংখ্যা ৰোধ কৰিব পাৰি তাৰ জনসংখ্যা ৰোধৰ ফলপ্ৰসূ আঁচনি ৰূপায়ণৰ চিন্তা-চৰ্চা অব্যাহত...

জিভাখন চাফা নকৰিলেকি কি ৰোগ হ’ব পাৰে

আমাৰ শৰীৰৰ অত্যন্ত প্ৰয়োজনীয় অংগৰ ভিতৰত জিভাখন অন্যতম৷ কিন্তু শৰীৰৰ আন অংগৰ সমান্তৰালভাৱে জিভাখনৰ যত্নত আওকাণ কৰা দেখা...