লিটাৰত ২ টকাকৈ বৃদ্ধি আমুল, মাদাৰ ডেইৰীৰ গাখীৰৰ মূল্য

0
367

আমুল আৰু মাদাৰ ডেইৰীয়ে গাখীৰৰ দাম প্ৰতি লিটাৰত দুটকাকৈ বৃদ্ধি কৰিছে৷ এই বছৰ উক্ত দুটা কোম্পানীয়ে কৰা এয়া দ্বিতীয় দাম বৃৃদ্ধি৷ ১৭ আগষ্টৰ পৰা এই নতুন দাম বলৱৎ হ’ব৷ এতিয়া ৫০০ মিলিলিটাৰ আমুল গ’ল্ডৰ দাম হ’ব ৩১ টকা, ৫০০ মিলিলিটাৰ আমুল তাজাৰ দাম হ’ব ২৫ টকা আৰু ৫০০ মিলিলিটাৰ আমুল শক্তিৰ দাম ২৮ টকা নিৰ্ধাৰণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here