Home Health Naturally ভাত খোৱাৰ পাছত গুৰ-ঘিউ কিয় খোৱা উচিত ? Why is Jaggery-ghee taken...

ভাত খোৱাৰ পাছত গুৰ-ঘিউ কিয় খোৱা উচিত ? Why is Jaggery-ghee taken after food?

আমি বহুতেই ভাত খাই উঠি কিবা মিঠা খোৱাটো পচন্দ কৰোঁ৷ এনে ক্ষেত্ৰত আপুনি দুবিধ এনেকুৱা খাদ্য খাব পাৰে, যিয়ে আপোনাৰ মুখখন মিঠা কৰাৰ লগতে আপোনাৰ শৰীৰৰ কাৰণেও হেল্‌থি হয়৷ এই মেজিকেল কম্বিনেশ্যনটো হৈছে ঘিউ আৰু গুৰ৷ আয়ুৰ্বেদ অনুসৰি গুৰ আৰু ঘিউ দুয়োটাই একেলগে শৰীৰটো ডিটক্সিফাই কৰাত সহায় কৰে৷

গুৰক ৰিফাইনড্‌ চেনিৰ বিকল্প হিচাপে খোৱাটো শৰীৰৰ কাৰণে বেছি ভাল৷ গুৰ খালে আপোনাৰ ব্লাড ছুগাৰৰ পৰিমাণো বৃদ্ধি নহয়৷

Have a small portion of jaggery and ghee after lunch to boost immunity | The Times of India


(১) এই মেজিকেল কম্বিনেশ্যনটোৱে আপোনাৰ ইমিউনিটি বৃদ্ধি কৰাৰ লগতে ইয়াত থকা আইৰনে এনিমিয়া প্ৰতিৰোধ কৰাতো সহায় কৰে৷


(২) ইয়াত থকা এণ্টিঅক্সিডেণ্টে মুখত পৰা বয়সৰ চাপ, ৰিংকল আদি দূৰ কৰি ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰে৷


(৩) হৰমনৰ অসন্তুলন, মাইগ্ৰেইন, মনৰ অৱসাদ আঁতৰাই মুড ভাল কৰাতো ঘিউ আৰু গুৰ কাৰ্যকৰী৷


(8) মাহেকীয়াৰ সময়ত গুৰ আৰু ঘিউৰ সেৱনে তেজ পৰিষ্কাৰ কৰাৰ লগতে তেজত আইৰনৰ সমতুলতা বৰ্তাই ৰাখে৷


(৫) হজমৰ সমস্যা থকা লোকসকলে ভাত খাই উঠি গুৰ আৰু ঘিউ সেৱন কৰিলে যথেষ্ট সুফল লাভ কৰিব পাৰিব৷

Strong information on health

5.0 rating
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

আৰক্ষীৰ সাফল্য! ড্ৰাগ্‌ছ সৰবৰাহৰ ন-ন কৌশল (New modus operandi in drug smuggling: police success story)

অসম-নগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত পুৰণা লাহৰিজানত ২৫ অক্টোবৰৰ সন্ধিয়া ড্ৰাগ্‌ছ মাফিয়া আৰু আৰক্ষীৰ তুমুল গুলীয়াগুলী হয়৷ জানিব পৰা...

পৰিৱেশলৈ ভাবুকি ! BMW আইনখন কাৰ্যকৰী হৈছেনে? A threat to the environment : Has the BMW Act been implemented?

ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহে চিকিৎসা সেৱাৰ স্বাৰ্থত যিবোৰ নীতি-নিয়ম মানি চলিব লাগে, প্ৰকৃতাৰ্থত সেয়া কিমান কাৰ্যকৰী হৈছে? বিশেষকৈ চিকিৎসা প্ৰতিষ্ঠানসমূহে চৌদিশ পৰিষ্কাৰ...

সাৱধান ! পৰিৱেশ-অনুকূল ফট্‌কাহে ফুটাব পাৰিব (Beware, use only eco-friendly fireworks)

দেৱালীৰ প্ৰাকমুহূৰ্তত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ৰাজ্যখনত গ্ৰীন ফট্‌কাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ফুটোৱা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত...

কম বয়সতে হাতৰ ছাল কোঁচ খাইছে নেকি ? Is your hand skin sagging at a young age?

আমি মুখৰ ছালখন ভালে ৰাখিবলৈ অশেষ যত্ন কৰোঁ৷ বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী, স্ক্ৰাবিং কৰা, উন্নত ব্ৰেণ্ডৰ ক্ৰিম লগোৱা আদি নানা পৰিচৰ্যা কৰোঁ৷...

Recent Comments