ভাত খোৱাৰ পাছত গুৰ-ঘিউ কিয় খোৱা উচিত ? Why is Jaggery-ghee taken after food?

0
1016
আমি বহুতেই ভাত খাই উঠি কিবা মিঠা খোৱাটো পচন্দ কৰোঁ৷ এনে ক্ষেত্ৰত আপুনি দুবিধ এনেকুৱা খাদ্য খাব পাৰে, যিয়ে আপোনাৰ মুখখন মিঠা কৰাৰ লগতে আপোনাৰ শৰীৰৰ কাৰণেও হেল্‌থি হয়৷ এই মেজিকেল কম্বিনেশ্যনটো হৈছে ঘিউ আৰু গুৰ৷ আয়ুৰ্বেদ অনুসৰি গুৰ আৰু ঘিউ দুয়োটাই একেলগে শৰীৰটো ডিটক্সিফাই কৰাত সহায় কৰে৷

গুৰক ৰিফাইনড্‌ চেনিৰ বিকল্প হিচাপে খোৱাটো শৰীৰৰ কাৰণে বেছি ভাল৷ গুৰ খালে আপোনাৰ ব্লাড ছুগাৰৰ পৰিমাণো বৃদ্ধি নহয়৷

Have a small portion of jaggery and ghee after lunch to boost immunity | The Times of India


(১) এই মেজিকেল কম্বিনেশ্যনটোৱে আপোনাৰ ইমিউনিটি বৃদ্ধি কৰাৰ লগতে ইয়াত থকা আইৰনে এনিমিয়া প্ৰতিৰোধ কৰাতো সহায় কৰে৷


(২) ইয়াত থকা এণ্টিঅক্সিডেণ্টে মুখত পৰা বয়সৰ চাপ, ৰিংকল আদি দূৰ কৰি ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰে৷


(৩) হৰমনৰ অসন্তুলন, মাইগ্ৰেইন, মনৰ অৱসাদ আঁতৰাই মুড ভাল কৰাতো ঘিউ আৰু গুৰ কাৰ্যকৰী৷


(8) মাহেকীয়াৰ সময়ত গুৰ আৰু ঘিউৰ সেৱনে তেজ পৰিষ্কাৰ কৰাৰ লগতে তেজত আইৰনৰ সমতুলতা বৰ্তাই ৰাখে৷


(৫) হজমৰ সমস্যা থকা লোকসকলে ভাত খাই উঠি গুৰ আৰু ঘিউ সেৱন কৰিলে যথেষ্ট সুফল লাভ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here