থাইৰয়ডৰ সাধাৰণ লক্ষণসমূহ কি জানো আহক (Let’s know about the common symptoms of thyroid)

0
1075
দৈনন্দিন জীৱন ধাৰণ প্ৰণালীৰ সৈতে জড়িত ৰোগৰ ভিতৰত অন্যতম হৈছে থাইৰয়ড৷ ই যিকোনো বয়সতে আপোনাক আক্ৰমণ কৰিব পাৰে৷ বংশগত কাৰণ হোৱাৰ লগতে অন্য কিছু কাৰণতো আপোনাৰ থাইৰয়ড হ’ব পাৰে৷ থাইৰয়ড হৈছে শৰীৰৰ এবিধ গ্ৰন্থি, যিয়ে মেটাবলিজমত সহায় কৰে৷ ইয়াত থকা T3, T4 আৰু TSH হৰমনৰ স্তৰ কম বেছি হ’লে থাইৰয়ডৰ সমস্যাই দেখা দিয়ে৷ আমাৰ শৰীৰত যিকোনো ৰোগৰ আৰম্ভণিতে কিছু লক্ষণে দেখা দিয়ে৷ এই লক্ষণসমূহ যদি সঠিক সময়ত ধৰা পেলোৱা হয়, তেন্তে ইয়াৰ নিৰাময়ৰ বাবে অতি সহজে উপায় উলিয়াব পাৰি৷ থাইৰয়েডৰো কিছুমান লক্ষণ আছে৷ জানো আহক কি?

(১) শৰীৰৰ মাংসপেশী তথা গাঁঠিৰ বিষ হোৱা,

Joint Pain: Causes, Home Remedies, and Complications


(২) অত্যধিক চুলি সৰা বা চুলি শুকান হোৱা,

Serioxyl Denser Pack: Reveal +1000 hairs in 6 weeks! | True Grit


(৩) থাইৰয়েড বৃদ্ধি হ’লে গলঅংশ ফুলি অহা,

Goiter: Causes, Types, and Treatment


(৪) অত্যধিক ওজন হ্ৰাস বা ওজন বৃদ্ধি,

71,702 Thin Girl Photos - Free & Royalty-Free Stock Photos from Dreamstime


(৫) অনৱৰতে শৰীৰটোৱে ভাগৰ অনুভৱ কৰি থকা,

Why Am I So Tired? Causes, When to See a Doctor, and More


(৬) মাহেকীয়া অনিয়মীয়া হোৱা নাইবা একেবাৰে বন্ধ হৈ যোৱা,

What Is the Normal Cycle for Menstruation?


(৭) চকুৰে কম দেখা পোৱা,

6,511 Blurry Vision Stock Photos and Images - 123RF


(৮) অনিদ্ৰা, অৱসাদ, হতাশা আদিয়েই থাইৰয়েডৰ প্ৰধান লক্ষণ ৷

What Causes Insomnia? Reasons and Health Effects of Chronic Difficulty Sleeping | Goodpath


এনে লক্ষণসমূহ দেখা দিলে আপুনি ততালিকে চিকিৎসকৰ কাষ চপা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here