Home Daily news বিমান যাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক

বিমান যাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক

দেশত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কাৰণে বিমানত যাত্ৰাৰ সময়ত ক’ভিড প্ৰট’কল মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে৷ অসামৰিক বিমান পৰিবহণৰ সঞ্চালকালয়ে [ডি জি চি এ] জাৰি কৰা নীতি-নিৰ্দেশত এইবুলি কোৱা হৈছে যে দেশত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে বিমান যাত্ৰীসকলক মাস্ক পিন্ধা আৰু ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা সুনিশ্চিত কৰিবলৈ কোৱা হৈছে৷

Most Popular

মছলা হিচাপে খোৱা কলাজিৰাৰআছে বিস্ময়কৰ শক্তি

প্ৰাচীন কালৰে পৰা কালজিৰা মানৱদেহৰ নানা ৰোগৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ কালজিৰা অকল খাদ্যৰ সোৱাদ বৃদ্ধিতে নহয়, ইয়াৰ বীজৰ পৰা উৎপন্ন হোৱা...

ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে ডিটাৰজেণ্ট মিহলি পানী : ক’ত?

ছ’চিয়েল মিডিয়াত প্ৰকাশিত এক আজব আৰু দায়িত্বজ্ঞানহীন কৰ্মই সৰ্বসাধাৰণৰ মাজত চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ চীনৰ ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে...

মহাবিশ্বত ISRO-ৰ ৰিইউজেবললঞ্চ ভেহিকলৰ পৰীক্ষাৰ পদক্ষেপ

এটা সময়ত সমুদ্ৰ বিশ্বৰ বাণিজ্য তথা শক্তিৰ কেন্দ্ৰ আছিল৷ কিন্তু লাহে লাহে এতিয়া মহাকাশে সেই স্থান পূৰ কৰিবলৈ...

পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা

ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...