বিমান যাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক

0
774

দেশত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কাৰণে বিমানত যাত্ৰাৰ সময়ত ক’ভিড প্ৰট’কল মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে৷ অসামৰিক বিমান পৰিবহণৰ সঞ্চালকালয়ে [ডি জি চি এ] জাৰি কৰা নীতি-নিৰ্দেশত এইবুলি কোৱা হৈছে যে দেশত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে বিমান যাত্ৰীসকলক মাস্ক পিন্ধা আৰু ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা সুনিশ্চিত কৰিবলৈ কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here