Home Diet Plus পুৱাই ব্ৰেড খোৱাৰ অভ্যাস আছে নেকি?Are you in the habit of taking...

পুৱাই ব্ৰেড খোৱাৰ অভ্যাস আছে নেকি?Are you in the habit of taking bread in the morning?

পুৱা ব্ৰেকফাষ্টত বহুতৰে ব্ৰেড বাটাৰ, ব্ৰেড অমলেট ট’চ্‌ট অথবা চেণ্ডউইচ আদি খোৱাৰ অভ্যাস৷ ই সময় বচোৱাৰ লগতে খাবলৈও সোৱাদযুক্ত হয়৷ সেয়েহে বহুতেই প্ৰায়ে কামলৈ ওলাই যোৱাৰ আগতে পেট ভৰাই পাওৰুটী খাই যায়৷ পিছে ই স্বাস্থ্যসন্মত হয়নে?


(১) ব্ৰেডত প্ৰচুৰ পৰিমাণে ছুগাৰ থাকে বাবে প্ৰতিদিনে ব্ৰেড খালে ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷


(২) গৱেষণা অনুসৰি ব্ৰেড খালে আমাৰ শৰীৰৰ বিশেষ কিছুমান হৰমনৰ ক্ষৰণ বাঢ়ি যায়৷ যাৰ ফলত ভাগৰ, দুৰ্বলতা, মুড ছুইং আৰু মানসিক অৱসাদে দেখা দিয়ে৷

White Bread vs Brown Bread: Which is Healthier for You & Your Family


(৩) ব্ৰেড বা ময়দাৰে প্ৰস্তুত অইন যিকোনো খাদ্য নিয়মিতভাৱে খালে শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি হাৰ্টৰ সমস্যা বৃদ্ধি কৰে৷


(৪) ওজন বৃদ্ধিত ব্ৰেড অন্যতম৷ লগতে ই মানুহৰ পেটভৰ্তি ঠিকেই কৰে, কিন্তু ইয়াৰ পৰা বিশেষ একো পুষ্টি পোৱা নাযায়৷

very useful website

5.0 rating
November 6, 2021

For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.

https://dibakarbordoloi.in

Strong information on health

5.0 rating
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

ফ্লৰ’নাৰ প্ৰথমজন ৰোগী চিনাক্ত : ক’ত?

ইজৰাইলত ফ্লৰ’না ৰোগৰ প্ৰথমজন ৰোগী ধৰা পৰিছে৷ ফ্লৰ’না হৈছে ক’ভিড-১৯ আৰু ইনফ্লুয়েঞ্জাৰ দ্বৈত সংক্ৰমণ৷ আৰব নিউজে এই কথা...

দেশত ৩ জানুৱাৰীৰ পৰা কিশোৰ-কিশোৰীক ক’ভিডৰ ভেক্‌চিন

ক’ভিড-১৯ৰ ভেক্‌চিন ল’বৰ বাবে ১৫-১৮ বছৰ বয়সৰ ৬ লাখৰো অধিক হিতাধিকাৰীয়ে ক’উইন প’ৰ্টেলত নাম পঞ্জীয়ন কৰে৷ ৩ জানুৱাৰীত...

উঃ-পূৰ্বাঞ্চলৰ প্ৰথমজন অ’মিক্ৰনৰ দ্বাৰা সংক্ৰমিত ব্যক্তি চিনাক্ত

টাঞ্জানিয়াৰ পৰা মণিপুৰলৈ উভতি অহা ৪৮ বছৰীয়া এজন লোকৰ শৰীৰত অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱা বুলি ধৰা পৰে৷ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ মতে এইগৰাকী...

কেঁচা জলকীয়া খালে শৰীৰৰ কি লাভ হয় ? How is green chilli beneficial to the body?

শীতকালত মন-পচন্দৰ আঞ্জাখনৰ সোৱাদ বঢ়াবলৈ কেঁচা জলকীয়াৰ বিকল্প নাই৷ যিমানে সোৱাদ নহওক কিয়, খোৱাৰ সময়ত ব্যঞ্জনখনত জ্বলা...

Recent Comments