পুৱাই ব্ৰেড খোৱাৰ অভ্যাস আছে নেকি?Are you in the habit of taking bread in the morning?

0
1057

পুৱা ব্ৰেকফাষ্টত বহুতৰে ব্ৰেড বাটাৰ, ব্ৰেড অমলেট ট’চ্‌ট অথবা চেণ্ডউইচ আদি খোৱাৰ অভ্যাস৷ ই সময় বচোৱাৰ লগতে খাবলৈও সোৱাদযুক্ত হয়৷ সেয়েহে বহুতেই প্ৰায়ে কামলৈ ওলাই যোৱাৰ আগতে পেট ভৰাই পাওৰুটী খাই যায়৷ পিছে ই স্বাস্থ্যসন্মত হয়নে?


(১) ব্ৰেডত প্ৰচুৰ পৰিমাণে ছুগাৰ থাকে বাবে প্ৰতিদিনে ব্ৰেড খালে ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷


(২) গৱেষণা অনুসৰি ব্ৰেড খালে আমাৰ শৰীৰৰ বিশেষ কিছুমান হৰমনৰ ক্ষৰণ বাঢ়ি যায়৷ যাৰ ফলত ভাগৰ, দুৰ্বলতা, মুড ছুইং আৰু মানসিক অৱসাদে দেখা দিয়ে৷

White Bread vs Brown Bread: Which is Healthier for You & Your Family


(৩) ব্ৰেড বা ময়দাৰে প্ৰস্তুত অইন যিকোনো খাদ্য নিয়মিতভাৱে খালে শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি হাৰ্টৰ সমস্যা বৃদ্ধি কৰে৷


(৪) ওজন বৃদ্ধিত ব্ৰেড অন্যতম৷ লগতে ই মানুহৰ পেটভৰ্তি ঠিকেই কৰে, কিন্তু ইয়াৰ পৰা বিশেষ একো পুষ্টি পোৱা নাযায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here