আমাৰ সকলোৰে এটা স্বাভাৱিক ধাৰণা আছে যে মৰুৰ বুকুত চাৰিওফালে কেৱল বালি আৰু বালি৷ এই ধাৰণা ভুল প্ৰতিপন্ন হ’বলৈ আগবাঢ়িছে৷ এতিয়া মৰুৰ বুকুত বালি নাথাকে, থাকে আশাৰ বীজ আৰু ভৱিষ্যতৰ স্বপ্ন৷ তাৰ বাস্তৱ প্ৰমাণ হিচাপে ছৌডি আৰবৰ মৰুৰ বালিৰ বুকুত আধুনিক সকলো সা-সুবিধাৰে ভৰা অখন চহৰ নিৰ্মাণ কৰিবলৈ কাম আৰম্ভ কৰিছে৷ প্ৰচণ্ড বালিৰ উত্তাপ আৰু বালিময় পৰিৱেশত প্ৰতিহত কৰি ছৌডি আৰবৰ টাবুকৰ নিঅ’মত নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰা এই বিশালকায় চহৰখনক ‘ভৱিষ্যতৰ চহৰ’ বুলি অভিহিত কৰিছে৷ বিশ্বৰ অষ্টম আশ্চৰ্য হ’বলগীয়া এই চহৰখন ১৭০ কিলোমিটাৰ দীঘল হ’ব আৰু বহলে হ’ব ২০০ মিটাৰ৷ দি লাইন নাম দিয়া এই চহৰখনৰ নিৰ্মাণে মানুহৰ ক্ষমতা, কাৰিকৰী কৌশল আৰু মানুহে কি কৰিব পাৰে তাকেই প্ৰমাণ কৰিব বুলি বিভিন্ন মহলে মন্তব্য প্ৰকাশ কৰিছে৷
ছৌডিৰ মৰুৰ বুকুত বিশ্বৰ অষ্টম আশ্চৰ্যৰ কি আছে ?
By Health Plus
58
RELATED ARTICLES
৮০০ কোটি বছৰৰ আগৰ ৰেডিঅ’ সংকেত আৱিষ্কাৰ ভাৰতীয় বিজ্ঞানীৰ!
Health Plus - 0
মহাকাশত পুনৰ চমক সৃষ্টি কৰিলে ভাৰতীয় বিজ্ঞানীয়ে৷ মঙল গ্ৰহৰ তৰংগৰ স্ৰোত আৱিষ্কাৰৰ সময়ত ৮০০ কোটি বছৰ আগৰ ৰেডিঅ’ সংকেত ধৰা পেলাবলৈ সমৰ্থ...
প্ৰকৃতিৰ জামাদাৰখ্যাত শগুনৰঅস্বাভাৱিক মৃত্যু ঃ ক’ত?
Health Plus - 0
পক্ষীকুল ৰক্ষা কৰাৰ সময়তে শিৱসাগৰত এজাক পক্ষীকুলৰ নিধনত ব্যথিত হৈছে প্ৰকৃতিপ্ৰেমী৷ প্ৰকৃতিৰ চাফাই কৰ্মীৰূপে খ্যাত আকাশ শুৱনি কৰা এজাক শগুন শিৱসাগৰ নগৰৰ...
বুকিং আৰম্ভ বিশ্বৰ প্ৰথমখনউৰন্ত মটৰচাইকেলৰ
Health Plus - 0
বাইক বা মটৰচাইকেল সকলোৱে দেখিছে বা কেনেদৰে চলে সেয়াও সকলোৰে জ্ঞাত৷ পথ ৰাস্তাত চলা মটৰচাইকেল সকলোৱে দেখিব, কিন্তু উৰিব পৰা মটৰ চাইকেল...
Most Popular

অন্তঃসত্ত্বা মহিলাক ৩৩ সপ্তাহৰ পাছতগৰ্ভপাত কৰোৱাৰ অনুমতি ন্যায়ালয়ৰ
অন্তঃসত্ত্বা অৱস্থাত যিকোনো সময়ত কোনো সমস্যা দেখা দিয়ে, তেন্তে ভ্ৰূণৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শেহতীয়াকৈ এক খবৰ মতে ২৯ সপ্তাহৰ এগৰাকী...